• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধুবৰ্গ আৰু জেষ্ঠ তথা কনিষ্ঠজনলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছামূলক বাৰ্তাত প্ৰেৰণ কৰিব পৰা কেইখনমান বিশেষ ফটো তথা উক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2022 12:05 pm
176
VIEWS
Share on FacebookShare on Twitter

কাইলৈ সমগ্ৰ দেশে পালন কৰি স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি। স্বাধীনতাৰ পৰম আকাংক্ষিত উৎসাহ আৰু উদ্দীপনাৰে দেশপ্ৰেমেৰে উদ্বুদ্ধ দেশৰ জনসাধাৰণ সাজু হৈছে স্বাধীনতা দিৱস উদযাপনৰ বাবে।

স্বাধীনতাৰ এই পবিত্ৰ দিনটোত আপুনিও নিশ্চয় বন্ধুবৰ্গ, জেষ্ঠজন তথা কনিষ্ঠজনক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাব।

এই শুভেচ্ছামূলক বাৰ্তাত প্ৰেৰণ কৰিব পৰাকৈ আমি আপোনালোকৰ বাবে কেইখনমান বিশেষ ফটো তথা বাৰ্তা লৈ আহিছো। এই বিশেষ ফটোকেইখনেৰে আপুনি জনাওক স্বাধীনতাৰ শুভেচ্ছা:

 

 

আহক আমি আমাৰ ৰাষ্ট্ৰৰ প্ৰতি সন্মানৰ বাবে কিছু সময় লওঁ। দেশৰ স্বাধীনতাৰ বাবে জনসাধাৰণে কৰা ত্যাগক পুনৰ এবাৰ স্মৰণ কৰোঁ। স্বাধীনতা দিৱসৰ শুভেচ্ছা!

 

স্বাধীনতাৰ এই পবিত্ৰ দিনটোত পবিত্ৰ ত্ৰিৰংগাৰ সৈতে আপোনাৰ স্বাধীন মনকো বিশাল আকাশত উৰিবলৈ দিয়ক। স্বাধীনতা দিৱসৰ শুভেচ্ছা!

 

 

মই ভাৰতীয় হিচাপে গৌৰৱান্বিত আৰু সকলো ভাৰতীয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো।

 

 

স্বাধীনতা দিৱসৰ শুভেচ্ছা। আহক আমি সকলোৱে আমাৰ মহান ৰাষ্ট্ৰৰ মহান সাংবিধানিক চৰিত্ৰ সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হওঁ।

 

 

স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছো। পবিত্ৰ ত্ৰিৰংগা সদায় ঊৰ্ধ্বমুখী হৈ উৰি ৰওক!

 

 

আমাৰ পূৰ্ব পুৰুষে কঠোৰ ত্যাগ আৰু পৰিশ্ৰমেৰে আমাৰ স্বাধীনতা আঁজুৰি আনিছিল। পূৰ্ব পুৰুষৰ এই ত্যাগৰ সন্মানাৰ্থে আমি আমাৰ উত্তৰ প্ৰজন্মৰ বাবে এখন যোগ্য ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ সাজু হ’ব লাগিব। স্বাধীনতা দিৱসৰ শুভেচ্ছা!

Recent News

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd