• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাংহাইত ভাৰতীয় মহিলাক নিৰ্যাতন! অভিযোগ নাকচ চীনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2025 6:20 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ছাংহাই পুডং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৰুণাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় মহিলাৰ বিৰুদ্ধে হাৰাশাস্তিৰ অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছে চীনে।

মূলতঃ অৰুণাচলৰ ব্ৰিটেইনৰ বিত্তীয় পৰামৰ্শদাতা পেমা ৱাংজম থংডকে ছ’চিয়েল মিডিয়াত তেওঁৰ এই অধ্যায়ৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰে। ২১ নৱেম্বৰত লণ্ডনৰ পৰা জাপানলৈ যাত্ৰা কৰা সময়ত ইমিগ্ৰেচন বিষয়াসকলে  তেওঁৰ ভাৰতীয় পাছপ’ৰ্টক “বৈধ” বুলি ঘোষণা কৰিছিল আৰু “অৰুণাচল চীনৰ অংশ – আপুনি চীনা, ভাৰতীয় নহয়” আদি ঠাট্টা-মস্কৰাৰে উপহাস কৰিছিল বুলি অভিযোগ কৰে।

Apply Now

থংডকে কয় যে এই কাণ্ডটো “অপমানজনক” আৰু “ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি অপমানজনক”। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই ঘটনাক “আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম উলংঘা আৰু ভাৰতীয় নাগৰিকৰ মৰ্যাদাৰ অপমান” বুলি অভিহিত কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কূটনৈতিকভাৱে বিষয়টো সম্বোধন কৰিবলৈ আহ্বান জনায়।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে মঙলবাৰে এক ব্রিফিঙৰ সময়ত ইয়াৰ উত্তৰত কয় যে মহিলাগৰাকীক কোনো ধৰণৰ বাধ্যতামূলক ব্যৱস্থা, আটক বা হাৰাশাস্তিৰ বলি কৰা হোৱা নাছিল৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

November 28, 2026 8:12 am
পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

November 27, 2026 8:19 pm
সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

সকলো ৰাজ্যৰ সাংসদ বৃদ্ধি পাব ৫০ শতাংশ! ২০৫১ চনলৈকে সলনি নহয় সংখ্যা; কেন্দ্ৰীয় কেবিনেটৰ কি সিদ্ধান্ত?

November 27, 2026 7:43 pm
সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

সংসদত ভাষণ দিছে মাতৃয়ে, কোলাত ছমহীয়া কেঁচুৱা; লুকাভাকু খেলিছে অন্য সাংসদে, ভাইৰেল ভিডিঅ’

November 27, 2026 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

জিন্স-টি-চাৰ্ট-চেণ্ডেল নিষিদ্ধ! চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন ড্ৰেছ কোড অসম চৰকাৰৰ, পিছে কিমান দিনলৈ?

November 28, 2026 8:12 am
পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

পুনৰ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা; হাৰ্দিকৰ বিদায়ৰ পিছত ডাঙৰ ঘোষণা মেনেজমেন্টৰ

November 27, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd