• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহেন্দ্ৰ সি ধোনী অতি লাজকুৰীয়া আছিল, আমাৰ কোঠালৈয়ে অহা নাছিল : হৰভজন সিং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2020 7:20 am

1 min read

মহেন্দ্ৰ সি ধোনী অতি লাজকুৰীয়া আছিল, আমাৰ কোঠালৈয়ে অহা নাছিল : হৰভজন সিং
4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ সম্পৰ্কত মত ব্যক্ত কৰিছে অফস্পীনাৰ হৰভজন সিঙে।

ধোনী সন্দৰ্ভত হৰভজন সিঙে মত ব্যক্ত কৰি ধোনীক অত্যন্ত লাজকুৰীয়া বুলি অভিহিত কৰে।

‘‘মহেন্দ্ৰ সিং ধোনী অত্যন্ত লাজকুৰীয়া আছিল। তেও কেতিয়াও আমাৰ কোঠালৈ অহা নাছিল,’’ হৰভজনে লগতে কয়।

২০০৮ চনৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পাছতহে ধোনীয়ে দলৰ বাকীবোৰ সদস্যৰ সৈতে সহজ হয় আৰু তেতিয়াৰ পৰা তেও মুকলিমুৰীয়া হ’বলৈ আৰম্ভ কৰে।

হৰভজন সিঙে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্ব আৰু বেটি শৈলীকো উচ্চ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ইংলেণ্ডৰ দুই তাৰকা প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন আৰু নাছিল হুছেইেও মহেন্দ্ৰ সিং ধোনীক শ্ৰেষ্ঠ অধিনায়ক আখ্যা দিছিল।

ভাৰতীয় দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা বৰ্তান লোকসভাৰ সাংসদ গৌতম গম্ভীৰেও ধোনীক মহান অধিনায়ক আখ্যা দি ৰোহিত শৰ্মা, বিৰাট কোহলী আদিৰ দৰে ক্ৰিকেটাৰৰ কেৰিয়াৰ গঢ়াত ধোনীৰ বৰঙণিৰ কথা উল্লেখ কৰে।

Recent News

আই চি চিৰ অভিনৱ উদ্যোগ, ফুটবলৰ দৰে প্ৰতি মাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত

আই চি চিৰ অভিনৱ উদ্যোগ, ফুটবলৰ দৰে প্ৰতি মাহে শ্ৰেষ্ঠ ক্ৰিকেটাৰক কৰিব পুৰস্কৃত

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত, এগৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত, এগৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

গণৰাজ্য দিৱসৰ দিনটোতে কৃষ্ণাইত নৰপতি জাতীয় বিদ্যালয়ৰ শুভাৰম্ভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd