• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিচ্ছেদ ঘটিল হাৰ্দিক-নাটাছাৰ! নেতৃত্ব হেৰুওৱাৰ পিছতে আউল লাগিল সংসাৰতো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2024 9:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ভাৰতীয় দলৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই নাটাছা ষ্টেনকভিচৰ সৈতে বিচ্ছেদ ঘটালে। ভাৰতীয় দলৰ অধিনায়ক বা আনকি সহ অধিনায়ক হোৱাৰ সম্ভাৱনাও শেষ হোৱাৰ দিনা বৃহস্পতিবাৰেই নাটাছা-হাৰ্দিকৰ বিচ্ছেদৰ খবৰটোৱে চূড়ান্ত হৈ পৰিল।

ইয়াৰ আগতে হাৰ্দিক আৰু নাটাছাৰ বিচ্ছেদক ​​লৈ বহুদিন ধৰি জল্পনা-কল্পনা চলিছিল। কিন্তু, দুয়োজনেই বিষয়টো স্পষ্ট কৰা নাছিল। সেই জল্পনা-কল্পনা বৃহস্পতিবাৰে বাস্তৱ ৰূপ পালে।

হাৰ্দিক আৰু নাটাছাৰ বিবাহৰ চাৰি বছৰ হ’ল। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ সমাপ্ত হোৱাৰ পিছৰে পৰা দুয়োৰে মাজত বিচ্ছেদৰ চৰ্চা চলি আহিছে।

Apply Now

বৃহস্পতিবাৰে পাৰস্পৰিক বিচ্ছেদৰ অন্তত নাটাছাই এক বিবৃতিত কয় যে, ‘’৪ বছৰ একেলগে থকাৰ পিছত হাৰ্দিক আৰু মই ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি একেলগে যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। আমাক সকলো দিছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰচেষ্টা আমাৰ উভয়ৰে স্বাৰ্থত সৰ্বোত্তম আছিল। আমাৰ স্বাৰ্থত আছিল। আমি একেলগে আনন্দ, পাৰস্পৰিক সন্মান আৰু সংগ উপভোগ কৰিলোঁ। পৰিয়াল এটা ডাঙৰ কৰিবলৈ আমি নিজকে প্ৰস্তুত কৰিলোঁ। এই (বিচ্ছেদ) তাত এটা কঠিন সিদ্ধান্ত।’’

লগতে পঢ়কঃভোট জলকীয়াৰ পৰা তৈয়াৰী চিপছ খাই চিকিৎসালয়ত ভৰ্তি কমেও ১৪ গৰাকী জাপানী ছাত্ৰ-ছাত্ৰী

বিবৃতিটোত নাটাছাই লগতে লিখিছে, “আমি অগস্ত্যক (ল’ৰা) পাইছো। আমাৰ দুয়োৰে জীৱনত সি থাকিব। সহ-অভিভাৱক হিচাপে আমি নিশ্চিত কৰিম যে আমি তাৰ সুখৰ বাবে যি পাৰো কৰিম। আমি আন্তৰিকতাৰে আপোনালোকৰ সমৰ্থন বিচাৰিছো আৰু পৰিস্থিতিটো বুজাৰ বাবে অনুৰোধ কৰিছো। এই কঠিন আৰু স্পৰ্শকাতৰ সময়ত আমাক গোপনীয়তা ৰক্ষা কৰিবলৈ দিয়ক।”

শেহতীয়াকৈ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ সহ অধিনায়ক আছিল হাৰ্দিক পাণ্ডিয়া। আই পি এলত মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়ক হিচাপেও আছিল তেওঁ। টি-২০ বিশ্বকাপত ভাৰতৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত হাৰ্দিকে ডাঙৰ ভূমিকা পালন কৰিছিল। বাৰ্বাডোছত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা ফাইনেলতো তেওঁ দুৰ্দান্ত খেল খেলিছিল। শেষৰ অভাৰত তেওঁ বলিং কৰিবলৈ আহি ভাৰতৰ জয় নিশ্চিত কৰে। দক্ষিণ আফ্ৰিকা দলৰ স্তম্ভ ডেভিদ মিলাৰৰ উইকেট দখল কৰে। টি-২০ বিশ্বকাপৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে টি-২০ ফৰ্মেটত তেওঁক বিশ্বৰ এক নম্বৰ অল-ৰাউণ্ডাৰ হিচাপে মৰ্যাদা দিছে।

লগতে পঢ়কঃ অগ্নিগৰ্ভ বাংলাদেশ! কোটা বিৰোধী আন্দোলনত কমেও ৩২ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু, নিশা ইন্টাৰনেট বন্ধ

মুম্বাই ইণ্ডিয়ানছত ৰোহিত শৰ্মাক অঁতৰাই অধিনায়ক হোৱা আৰু টি-২০ বিশ্বকাপত ৰোহিতৰ সহ অধিনায়ক হিচাপে থকাৰ পিছত ভবা হৈছিল যে ৰোহিতৰ অৱসৰৰ পিছত হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় দলৰ অধিনায়ক হ’ব। কিন্তু, নতুন প্ৰশিক্ষক গৌতম গম্ভীৰৰ আপত্তিৰ বাবেই সেইটো হৈ নুঠিল। ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে গম্ভীৰৰ পৰীক্ষা চলিত মাহৰ পৰা শ্ৰীলংকা ভ্ৰমণৰ জৰিয়তে আৰম্ভ হ’ব। তাত হাৰ্দিকক অধিনায়ক বা উপ-অধিনায়ক নিযুক্তি দিয়া নহ’ল। বৃহস্পতিবাৰে ঘোষণা কৰা হয় দলটোৰ। আৰু, সেইদিনাই হাৰ্দিকৰ বিচ্ছেদৰ কথাও ঘোষণা কৰা হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd