• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাপায় হাৰ্ডিক নাপায়! দিল্লীৰ হাতত হাৰি সৰ্বাধিক ৰান কৰা বেটছমেনকে দোষাৰোপ কৰিলে অধিনায়কে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2024 11:39 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদিও আনুষ্ঠানিক নহয়, তথাপিও চলি থকা আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ যাত্ৰা প্ৰায় শেষ। সেই তালিকাত এইবাৰ যোগ দিবলৈ আগবাঢ়িছে মুম্বাই ইণ্ডিয়ানছ। অৱশ্যে মুম্বাই ইণ্ডিয়ানছে আৰ চি বিতকৈ কিছু ভাল কামবেক কৰাৰ সম্ভাৱনা আছে। কাৰণ আৰ চি বিতকৈ মুম্বাইয়ে বেছি মেচ জিকিছে।

এসময়ত যিটো দলৰ সন্মুখত পৰিলে বিপক্ষ দলটোৱে শংকাত কঁপিছিল এতিয়া তেওঁলোকৰ সৈতেই দমনীয় হৈ খেলিছে। যিটো দেখা গৈছিল শনিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ খেলখনত।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে শৃংখলাৰ নৱমখন খেলত মুম্বাই ১০ ৰানত পৰাস্ত হয়। দিল্লীয়ে প্ৰথমতে ২৫৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত মুম্বাই দলটোৱে মাত্ৰ ২৪৭ ৰানহে কৰিবলৈ সক্ষম হয়।

Apply Now

লগতে পঢ়কঃ IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

এই পৰাজয়ৰ পিছতে মুম্বাই ইণ্ডিয়ানছ দলৰ ভিতৰৰ বিবাদবোৰ অধিক স্পষ্ট হৈ পৰিল। নজৰলৈ আহিছে বিশেষকৈ হাৰ্দিক পাণ্ডিয়াৰ প্ৰদৰ্শন।

দিল্লীৰ বিৰুদ্ধে হাৰি কি ক’লে হাৰ্দিকে? হাৰ্দিক পাণ্ডিয়াৰ বিশ্বাস এই লক্ষ্য পূৰণ কৰি তেওঁৰ দলটোৱে মেচখনত জয়ী হ’ব পাৰিলেহেঁতেন। খেলৰ অন্তত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কে কয়, ‘এই মেচখন বৰ ৰোমাঞ্চকৰ হৈ আহিছিল। আগতে দুটা দলৰ মাজত পাৰ্থক্য আছিল কেইটামান অভাৰৰ। এতিয়া সেইটো কেইটামান বলৰ পাৰ্থক্যলৈ নামি আহিছে। এই ধৰণৰ মেচত বলাৰসকলৰ ওপৰত অধিক হেঁচা পৰে। কিন্তু আমি আমাৰ জয়ৰ ওপৰত আত্মবিশ্বাসী আছিলো।’

এই খেলখনত মুম্বাই ইণ্ডিয়ানছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে তিলক ভাৰ্মাই। তেওঁ ওলাই অহাৰ লগে লগে দলটোৱে আশা হেৰুৱাই পেলায়। কিন্তু হাৰ্দিকে এই পৰাজয়ৰ বাবে তেওঁকে দোষাৰোপ কৰে। ৩২টা বলত ৬৩ ৰান সংগ্ৰহ কৰে তিলক। হাৰ্ডিকে কয় যে যদি আমি কিবা এটা কৰিব বিচাৰিলোহেঁতেন, তেন্তে আমি মিডল অভাৰত অলপ বেছি ৰিস্ক ল’ব পাৰিলোহেঁতেন। বিশেষকৈ বাওঁহতীয়া বেটাৰগৰাকীয়ে অক্ষৰক আক্ৰমণৰ লক্ষ্য কৰিব পাৰিলেহেঁতেন। এইটো অলপ ভুল হৈছিল।’

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক ‘সমালোচনা’ কৰি ৰাজৰোষত সাংবাদিক; ভাৰত এৰি যাব লগা হ’ল গুচি!

দিল্লী কেপিটেলে মুম্বাই ইণ্ডিয়ানছক ১০ ৰানত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছক ৯ উইকেটত ২৪৭ ৰানতে সীমাবদ্ধ কৰে। দিল্লীয়ে চাৰি উইকেটত ২৫৭ ৰান সংগ্ৰহ কৰিছিল। মাত্ৰ ২৭টা বলত জেক ফ্ৰেজাৰ মেকগাৰ্কে ৮৪ ৰান সংগ্ৰহ কৰি দিল্লীৰ হৈ বিস্ফোৰক আৰম্ভণি কৰে। ট্ৰিষ্টান ষ্টাবছে ২৫ বলত অপৰাজিত ৪৮ ৰান, ছাই হোপে ১৭ বলত ৪১ ৰান আৰু অভিষেক পড়েলে ২৭ বলত ৩৬ ৰান সংগ্ৰহ কৰে। মুম্বাইৰ হৈ তিলক ভাৰ্মাই সৰ্বাধিক ৬৩ ৰান সংগ্ৰহ কৰে। দিল্লীৰ হৈ ৰচিক চালাম ডাৰ আৰু মুকেশ কুমাৰে তিনিটাকৈ উইকেট দখল কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd