• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হৰিদ্বাৰ সাম্প্ৰদায়িক ভাষণ: আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2022 6:47 am
Haridwar hate speech
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৰিদ্বাৰ ধৰ্ম সংসদত কৰা গণহত্যাৰ মুকলি আহ্বানকে ধৰি সাম্প্ৰদায়িক ভাষণ সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা, আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীৰ নেতৃত্বত এখন বিচাৰপীঠে এই বিষয়ত শুনানি ল’ব।

Apply Now

পাটনা উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ আৰু এজন সাংবাদিকে দাখিল কৰা এই আবেদনত এছআইটিৰ পৰা স্বতন্ত্ৰ, বিশ্বাসযোগ্য আৰু নিৰপেক্ষ তদন্তৰ দাবী জনোৱা হৈছে।

১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত তিনিদিনীয়া “ধৰম সংসদ” বা ধৰ্মীয় সভাৰ সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে উচতনিমূলক আৰু সাম্প্ৰদায়িক ভাষণ দিয়া হৈছিল।

সমবেত লোকসকলক সম্বোধন কৰা কেইবাজনো হিন্দু ধৰ্মীয় নেতাই সম্প্ৰদায়টোক মুছলমানসকলৰ বিৰুদ্ধে অস্ত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।

উক্ত বিতৰ্কিত ধৰ্ম সংসদত উপস্থিত আছিল হিন্দু ৰক্ষা সেনাৰ প্ৰবোধানন্দ গিৰি, বিজেপি মহিলা মৰ্চাৰ নেত্ৰী উদিতা ত্যাগী তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়।

ভাইৰেল এটা ভিডিঅ’ ক্লিপত প্ৰবোধানন্দ গিৰিয়ে কৈছিল যে “ম্যানমাৰৰ দৰে আমাৰ আৰক্ষী, সেনা, ৰাজনীতিক তথা হিন্দু সম্প্ৰদায়ৰ সকলো লোকে হাতত অস্ত্ৰ তুলি ল’ব লাগিব। এইবাৰ ‘চাফাই অভিযান’ চলাব লাগিব।”

সেইদৰে শকুন পাণ্ডে নামৰ আন এগৰাকী বক্তাই কৈছে, “যদি তেওঁলোকক সমূলি ধ্বংস কৰিব বিচাৰে, তেতিয়াহ’লে তেওঁলোকক হত্যা কৰক। আমি এনেকুৱা ১০০জন যোদ্ধা বিচাৰে যিয়ে তেওঁলোকৰ ২০ লাখ লোকক হত্যা কৰিব।”

স্বামী ধৰমদাস মহাৰাজ নামৰ আন এজন হিন্দুত্ববাদীয়ে সুযোগ পালে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক হত্যা কৰিলেহেঁতেন বুলি মন্তব্য কৰিছিল।

এই অনুষ্ঠানটোক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতে বিৰোধী দলসমূহে অভিযুক্ত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আৰক্ষীয়ে ৱাছিম ৰিজৱী, সাগৰ সিদ্ধু মহাৰাজ, যতী নৰসিংহানন্দ, ধৰ্মদাস আৰু পূজা শকুন পাণ্ডেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেও বৰ্তমানলৈকে এজনকো গ্ৰেপ্তাৰ কৰা নাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ৰ ৭৬ জন অধিবক্তাই বিষয়টোত হস্তক্ষেপ বিচাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ প্ৰেৰণ কৰিছিল।বিৰোধী দল কংগ্ৰেছেও এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd