• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাৰিয়ানাৰ উপ-মুখ্য মন্ত্ৰী, পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী কোভিড প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2020 4:53 pm

1 min read

হাৰিয়ানাৰ উপ-মুখ্য মন্ত্ৰী, পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী, কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী কোভিড প’জিটিভ

দুষ্যন্ত চৌতালা

165
VIEWS
Share on FacebookShare on Twitter

হাৰিয়ানাৰ উপ-মুখ্য মন্ত্ৰী দুষ্যন্ত চৌতালাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

টুইটাৰযোগে চৌতালাই নিজেই কোভিড প’জিটিভ হোৱা বুলি প্ৰকাশ কৰে।

উপ-মুখ্য মন্ত্ৰী গৰাকীয়ে তেওঁ বৰ্তমান হোম আইছ’লেশ্যনত থকা বুলি উল্লেখ কৰাৰ লগতে বৰ্তমান তেওঁৰ স্বাস্থ্য ভালে আছে আৰু ক’ৰ’নাৰ কোনোধৰণৰ লক্ষণ দেখা দিয়া নাই বুলিও সদৰী কৰে।

আনহাতে, দুষ্যন্ত চৌতালাই তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলকো কোভিড পৰীক্ষা কৰাৰ বাবে আহ্বান জনায়।

হাৰিয়ানৰ উপ-মুখ্য মন্ত্ৰীৰ লগতে কৰ্ণাটকৰ শিক্ষা মন্ত্ৰী এছ সুৰেশ কুমাৰো ক’ৰ’না প’জিটিভ হৈছে। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি সুৰেশ কুমাৰ বৰ্তমান হোম আইছ’লেশ্যনত আছে বুলি সদৰী কৰিছে।

পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিন্ধুৰ শৰীৰতো মঙলবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। সিন্ধুৱে কিছুদিন পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ সৈতে একেখন মঞ্চত সভাত অংশগ্ৰহণ কৰিছিল।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd