• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰথম বিশ্বযুদ্ধৰো আগৰ! ৭.৭ কোটি টকাত বিক্ৰী হ’ল ১১৫ বছৰ পুৰণি হাৰ্লে-ডেভিডচন মটৰচাইকেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2023 1:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰ্লে-ডেভিডচন – নামটোৰেই আছে এক সুকীয়া পৰিচয়। এই কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা মটৰচাইকেলবোৰ ইমান প্ৰিয় যে বাইক-প্ৰেমীসকলে ইয়াৰ বাবে লাখ লাখ টকা খৰচ কৰিছিল। লাছ ভেগাছৰ মেকাম নিলামত একে ধৰণৰ দৃশ্যই দেখা গৈছিল। য’ত প্ৰথম বিশ্বযুদ্ধৰ আগতে নিৰ্মাণ কৰা মটৰচাইকেলখন নিলাম কৰা হৈছিল। এই ১১৫ বছৰ পুৰণি মটৰচাইকেলখন চাবলৈ বহুলোক সমবেত হৈছিল।

এই শতিকা পুৰণি মটৰচাইকেলখনৰ নাম হাৰ্লে-ডেভিডচন ষ্ট্ৰেপ টেংক। মটৰচাইকেলখন কোম্পানীটোৱে ১৯০৮ চনত নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও, সেই সময়ত হাৰ্লে-ডেভিডছনে আন ৪০৮ খন মটৰচাইকেল নিৰ্মাণ কৰিছিল। অৱশ্যে, বৰ্তমান মাত্ৰ কেইখনমান মটৰচাইকেলহে বিদ্যমান। আশ্চৰ্যজনকভাৱে, এই মটৰচাইকেলখন ১১৫ বছৰৰো অধিক সময় ধৰি অক্ষত অৱস্থাত আছে।

Apply Now

এই মটৰচাইকেলখনৰ নাম হাৰ্লে-ডেভিডচন ষ্ট্ৰেপ টেংক কিয়নো ইয়াৰ ইন্ধন টেংকটো প্ৰকৃত নিকেল স্ট্ৰেপৰ সৈতে বাইকখনৰ ফ্ৰেমত বন্ধা। সেই সময়ত, কোম্পানীটোৱে এই মটৰচাইকেলখন অভিলেখ পৰিমাণত বিক্ৰী কৰিছিল। কেৱল সেয়াই নহয়, এই ভিণ্টেজ মটৰচাইকেলৰ প্ৰতিটো অংশ খাটি আৰু প্ৰামাণিক।

আন এটা আচৰিত কথা হ’ল যে এই ষ্ট্ৰেপ টেংক মটৰচাইকেলখন ১৯৪১ চনত ডেভিদ ৱিহেলিন নামৰ এজন ব্যক্তিয়ে উইচকনচিনৰ এটা শস্যভঁৰালত বিচাৰি পাইছিল। তেওঁ ইয়াক পৰৱৰ্তী ৬৬ বছৰ ধৰি নিজৰ ঘৰত যত্নত ৰাখিছিল।

তেতিয়া ইণ্ডিয়ানাৰ পল ফ্ৰীহিল নামৰ এজন ব্যক্তিয়ে মটৰচাইকেলখন উদ্ধাৰ কৰিবলৈ তেওঁৰ সৈতে যোগাযোগ কৰিছিল। মেকাম নিলামত, এই মটৰচাইকেলখনৰ মূল্য আছিল ভাৰতীয় মুদ্ৰাত ৭.৭ কোটি টকা।

SOLD! SOLD! SOLD!

This 1908 Harley-Davidson Strap Tank is among the oldest surviving models of this extremely rare breed.

Click the link for more details: https://t.co/BN2su8kWTK#MecumVegas #MecumVegasMotorcycles #Mecum #MecumAuctions #MecumOnMotorTrend pic.twitter.com/XjlRlCGTEw

— Mecum Auctions (@mecum) January 29, 2023

মেকম নিলামৰ মটৰচাইকেল বিভাগৰ মেনেজাৰ গ্ৰেগ আৰ্নল্ডে কয়, “আমি বাইকখন ভালদৰে মাৰ্কেটিং কৰিছো। তদুপৰি, হাৰ্লে এতিয়ালৈকে আটাইতকৈ বিখ্যাত আমেৰিকান মটৰচাইকেল ব্ৰেণ্ড। গতিকে আমি আশা কৰি আছিলো যে নিলামত ই ভাল মূল্য পাব।‘’

এই ভিণ্টেজ মটৰচাইকেলৰ একাধিক অংশ যেনে চকা, টেংক, ইঞ্জিন, চিট কভাৰ আৰু মাফলাৰ স্লিভ সংৰক্ষণ কৰা হৈছে। নিলাম আয়োজকসকলৰ মতে সেই সময়ত এই বাইকখনৰ একাধিক মডেল তৈয়াৰ কৰা হৈছিল। স্ট্ৰেপ টেংকৰ খুব কম মডেল বৰ্তমান অক্ষত হৈ আছে।

ভিণ্টেজ মটৰচাইকেলৰ চাহিদাই আয়োজকসকলক সদায় আচৰিত কৰি আহিছে। তেনে এখন মটৰচাইকেল ভিনচেণ্ট ব্লেক লাইটনিং ২০১৮ চনত নিলাম কৰা হৈছিল। এই মটৰচাইকেলখন আজিৰ ভাৰতীয় মুদ্ৰাত ৭.৬ কোটি টকাত বিক্ৰী কৰা হৈছিল।

ইয়াৰ আগতে ২০১৫ চনত হাৰ্লে-ডেভিডছনৰ আন এটা ষ্ট্ৰেপ টেংক নিলামত প্ৰায় ৫.৯৭ কোটি টকাত বিক্ৰী কৰা হৈছিল। এই বাইকখন ১৯০৭ চনত নিৰ্মাণ কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd