DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

২২ মে’ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে ল’ব WHOৰ কাৰ্যবাহী ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2020 9:40 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.5k
VIEWS
Share on FacebookShare on Twitter

অহা কিছু দিনৰ ভিতৰত ভাৰতৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ কাৰ্যবাহী ব’ৰ্ডৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিব।

WHOৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে ক’ৰ’না বিৰোধী যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে অহা ২২ মে’ত নতুন দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

জাপানৰ ডাঃ হিৰোকী নকাটনীৰ ঠাইত অধ্যক্ষৰ দায়িত্ব ল’ব হৰ্ষবৰ্ধনে।

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী পৰিষদলৈ মঙলবাৰে ভাৰত নিৰ্বাচিত হৈছে। ভাৰতৰ উপৰি আন ৯ খন দেশ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্য্যবাহী পৰিষদলৈ নিৰ্বাচিত হয়।

ভাৰতক অহা তিনি বছৰলৈ কাৰ্যবাহী পৰিষদলৈ নিৰ্বাচিত কৰাৰ বাবে WHOৰ দক্ষিণ-পূব গোটে যোৱা বছৰতে সিদ্ধান্ত লৈছিল।

জানিব পৰা মতে অহা ২২ মে’ত হ’বলগীয়া কাৰ্যবাহী পৰিষদৰ বৈঠকত হৰ্ষবৰ্ধনক নিৰ্বাচিত কৰা হ’ব। কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদটো এবছৰৰ মূৰে মূৰে সলনি হৈ থাকে।

৩৪ জনীয়া সদস্যৰে গঠিত কাৰ্যবাহী পৰিষদ। এই পৰিষদৰ আটাইবোৰ সদস্য স্বাস্থ্যখণ্ডৰ পৰা অহা। পৰিষদখনে সাধাৰণতে বছৰত দুবাৰকৈ বৈঠকত মিলিত হয়।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd