• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেলেংকাৰী! হাৰিয়ানাৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাই তিহাৰ জে’লত কটালে ৯বছৰ ৬মাহ; এতিয়াৰ মুখ্যমন্ত্ৰীসকলে কিবা শিক্ষা ল’বনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2021 4:05 pm
om prakash chautala

ওম প্ৰকাশ চৌতালা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষক নিযুক্তি কেলেংকাৰীত ১০ বছৰৰ কাৰাবাস হোৱা আৰু বৰ্তমান পেৰ’লত থকা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালা আগতীয়াকৈ কাৰামুক্ত হোৱাৰ বাবে সাজু হৈছে।

দিল্লী চৰকাৰে ছয় মাহৰ শাস্তি ৰেহাই দিয়াৰ বাবে এইদৰে তিহাৰ জে’লৰ পৰা মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে চৌতালা।

Apply Now

কোভিড-১৯ অতিমাৰীৰ প্ৰতি লক্ষ্য ৰাখি জে’লত ভিৰ হ্ৰাস কৰাৰ বাবে দিল্লী চৰকাৰে সোমবাৰে ১০ বছৰীয় কাৰাদণ্ড খাটি থকা কাৰাবন্দীসকলৰ যিসকলে ৯বছৰ ছয়মাহ সম্পূৰ্ণ কৰিছে তেওঁলোকক বিশেষ ৰেহাই দিয়াৰ বাবে অনুমোদন দিয়ে। সেই মতে, এতিয়া চৌতালা জে’লৰ পৰা মুক্তি পোৱাৰ বাবে যোগ্য বিবেচিত হৈছে।

হাৰিয়ানাৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰীগৰাকীক যোৱা ২০১৩চনৰ ১৬জানুৱাৰীত কৰাদণ্ড বিহা হৈছিল। তেওঁ যোৱা বছৰৰ ২৬ মাৰ্চৰ পৰা জৰুৰীকালীন পেৰ’লত আছিল।

তেওঁ ২০২১ৰ ২১ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ ঘুৰি যাবলগীয়া আছিল যদিও উচ্চ ন্যায়ালয়ে তেওঁৰ পেৰ’ল বৃদ্ধি কৰিছিল।

যোৱা ২১ ফেব্ৰুৱাৰীত চৌতালাই দুমাহ ২৭দিন কাৰাবাসৰ সময় বাহিৰত আছিল যিটো এতিয়া ৰেহাইৰ ভিতৰত ধৰা হ’ব।

তিহাৰ জে’লৰ বিষয়াই জানিবলৈ দিয়া মতে তেওঁৰ জে’ল কৰ্তৃপক্ষৰ ওচৰত আত্মসমপৰ্ন কৰাৰ পাছতেই আনুষ্ঠানিকভাৱে মুকলি কৰি দিব।

চৌতালা, তেওঁৰ ডাঙৰ পুত্ৰ অজয় চৌতালা, আই এ এছ বিষয়া সঞ্জীৱ কুমাৰকে ধৰি আন ৫৩গৰাকীৰ ব্যক্তি ২০০০চনত ৩,২০৬গৰাকী জুনিয়ৰ বেছিক ট্ৰেইনিং শিক্ষকৰ অবৈধ নিযুক্তিৰ গোচৰত দোষী সাৱ্যস্ত হৈছিল।

২০১৩ৰ জানুৱাৰীত চিবিআইৰ এখন বিশেষ আদালতে তেওঁলোকক গোচৰটোত ব্যক্তি বিশেষে কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিছিল।

উল্লখ্য যে ২০১৮ চনত কেন্দ্ৰই ৬০ বছৰৰ উৰ্ধৰ ১০ বছৰৰ কাৰাবাস খাটি থকা কাৰাবন্দীৰ যিসকলে তেওঁলোকৰ অৰ্ধেক কাৰাবাস সম্পূৰ্ণ কৰিছে তেনে কাৰাবন্দীক মুকলি কৰি দিয়াৰ বাবে এক বিশেষ ৰেহাই আঁচনি আনিছিল।

সেই নিয়মৰ উল্লেখেৰে চৌতালাই ৰেহাইৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ এখন আবেদন জনাইছিল। তেঁ আবেদনত উল্লেখ কৰিছিল যে তেওঁৰ বয়স ৮৯ বছৰ আৰু শৰীৰৰ ৭০ শতাংশই দুৰ্বল।

যিয়েই নহওক, অৱশেষত পৰিস্থিতিৰ বাবে দিল্লী চৰকাৰে অনুমোদন জনোৱা ৰেহাইৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে।

হাৰিয়ানাৰ দৰে ৰাজ্যৰ চাৰিবাৰকৈ মুখমন্ত্ৰী পদত অধিষ্ঠিত হোৱা শক্তিশালী ৰাজনৈতিক নেতা ওম প্ৰকাশ চৌতালাই কেলেংকাৰীৰ বাবে ১০ বছৰৰ শাস্তিৰ সন্মুখীন হোৱা আৰু ইতিমধ্যে ৯ বছৰ ৬মাহ কাৰাবাস খটাৰ পাছত বাকী মুখ্যমন্ত্ৰীসকলে দুৰ্নীতি-কেলেংকাৰী সংঘটিত কৰাৰ ক্ষেত্ৰত কিবা শিক্ষা ল’বনে?

বিশেষকৈ আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী তথা নেতাসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত দুৰ্নীতি-কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও ৰাজনৈতিক কাৰণতে হওক বা উপযুক্ত তদন্তৰ অভাৱতে হওক এতিয়ালৈকে কোনেও শাস্তিৰ সন্মুখীন হোৱা দেখা পোৱা নাই।

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চৌতালাই তিহাৰ জে’লত কটাৱো ১০ বছৰৰ কাৰাদাণ্ডৰ উদাহৰণে আমাৰ নেতা-মন্ত্ৰীসকলক দুৰ্নীতি-কেলেংকাৰীৰ পৰা দূৰত থকাৰ কিবা শিক্ষা দিবনে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd