• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰাচী চুইটছ; মুম্বাইত শিৱসেনাৰ ভাবুকিৰ পাছতে নিজৰ মিঠাইৰ দোকানৰ নাম ঢাকিলে স্বত্তাধিকাৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2020 4:14 pm

1 min read

কৰাচী চুইটছ; মুম্বাইত শিৱসেনাৰ ভাবুকিৰ পাছতে নিজৰ মিঠাইৰ দোকানৰ নাম ঢাকিলে স্বত্তাধিকাৰীয়ে
321
VIEWS
Share on FacebookShare on Twitter

শিৱসেনাৰ ভাবুকিৰ পাছতে মুম্বাইৰ এখন মিঠাইৰ দোকানৰ স্বত্তাধিকাৰীয়ে নিজৰ দোকানৰ নাম ঢাকি পেলাবলৈ বাধ্য হ’ল।

মুম্বাইত থকা ‘কৰাচী চুইটছ’ নামৰ মিঠাইৰ দোকানখনৰ স্বত্তাধিকাৰী গৰাকীয়ে শিৱসেনাৰ নেতাৰ ভাবুকিৰ পাছতে নিজৰ দোকানৰ নাম ঢাকি পেলায়।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত শিৱসেনাৰ নেতা নীতিন নাংগোনকাৰে পশ্চিম বান্দ্ৰাত থকা ‘কৰাচী চুইটছ’ নামৰ মিঠাইৰ দোকানখনক নামটো সলাবলৈ নিৰ্দেশ দিয়ে।

‘‘মই কৰাচী নামটো ঘৃণা কৰো……….কৰাচী হৈছে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি,’’ শিৱসেনাৰ নেতা গৰাকীয়ে ভিডিঅ’টোত এনেদৰে কয়।

উল্লেখযোগ্য যে, শিৱসেনাৰ নেতা গৰাকীয়ে এনেদৰে ভাবুকি প্ৰদান কৰি মিঠাইৰ দোকানখনৰ নাম সলনি কৰিবলৈ বাধ্য কৰোৱা কাৰ্য্যক মুম্বাইৰ ভালেসংখ্যক লোকে আদৰণি জনাইছে।

মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা পাকিস্তানৰ কোনো ঠাইৰ নামেৰে মুম্বাইত কোনো দোকান-পোহাৰ বা প্ৰতিষ্ঠান থাকিব নোৱাৰে বুলি একাংশ শিৱসেনাৰ সমৰ্থকে মন্তব্য কৰে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd