• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সেনা কেপ্তেইনৰ ভুৱা পৰিচয়ৰে প্ৰেমৰ জাল! লাখ-লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত প্ৰতাৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2025 4:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেনাবাহিনীৰ কেপ্তেইনৰ ভুৱা পৰিচয়েৰে এইজন লোকে এগৰাকীৰ পাছত সিগৰাকী মহিলা প্ৰেমত পৰে। ইয়াৰ পাছত অৱশেষত মহিলাসকলৰ পৰা লাখ লাখ টকা চুৰি কৰি গ্ৰেপ্তাৰ হ’ল এজন ৪০ বছৰীয়া যুৱক। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম হায়দৰ আলী, ওড়িশাৰ বালাচোৰৰ বাসিন্দা।

অভিযোগ অনুসৰি যুৱকজনে নিজকে ঋতিক বেগল’ বুলি পৰিচয় দি কেইবাগৰাকীও মহিলাৰ সৈতে  সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ সেনাৰ চিকিৎসা বিষয়া বুলি সকলোকে পৰিচয় দিয়ে। অভিযোগ অনুসৰি ছ’চিয়েল মিডিয়াত একাধিক একাউণ্ট খুলি সেনাৰ ইউনিফৰ্ম পিন্ধি একাধিক ভুৱা ছবি আপলোড কৰিছিল। খবৰ অনুসৰি বহু মহিলা তেওঁৰ প্ৰেমত পৰিছিল। তাৰ পাছত মহিলাসকলক ফান্দত পেলাই টকাখিনি তেওঁলোকৰ পৰা লোৱা আত্মসাৎ কৰা হৈছিল।

Apply Now

এনেকৈয়ে চলি আছিল হাইদৰৰ খেল। উল্লেখ্য যে, তেওঁ ওড়িশাৰ বাসিন্দা হ’লেও আগতে আন ৰাজ্যক লক্ষ্য কৰি লৈছিল। যুৱকজনৰ নিচা আৰু পেছা আছিল বিভিন্ন ৰাজ্যৰ মহিলাৰ সৈতে ফোনত কথা পাতি ভুৱা বিবাহৰ প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰা। তদুপৰি যৌন সম্পৰ্ক কৰি ব্লেকমেইলিং কৰি ধন দাবী কৰিছিল। কিন্তু উত্তৰ প্ৰদেশত ভুৱা সেনাবাহিনীৰ ৰূপ লৈ তেওঁৰ প্ৰতাৰণা কৰাৰ চেষ্টা বিফল কৰে আৰক্ষীয়ে। লক্ষ্ণৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা কৰি সত্য প্ৰকাশ কৰিলে।

আগতে মহিলাৰ পৰা ধন সংগ্ৰহৰ বাবে তেওঁ নিজকে সেনা বিষয়া বুলি পৰিচয় দিছিল সেয়া স্পষ্ট। আৰক্ষীৰ মতে, তেওঁ মহিলাক ইনষ্টাগ্ৰামত একাধিক প্ৰফাইল তৈয়াৰ কৰি প্ৰতাৰণা কৰিছিল। হায়দৰাবাদ, কেৰালা, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ দৰে ঠাই যেনেকৈ সেই তালিকাত আছে তাত পশ্চিম বংগৰ নামো আহিছে।

তেওঁ IndianCommandoHarik, ArmanBeglow, Army3889 নামৰ কেইবাটাও ভুৱা প্ৰফাইলৰ পৰা ইনষ্টাগ্ৰামত সেনাবাহিনীৰ ইউনিফৰ্ম পিন্ধা ছবি আপলোড কৰিছিল।

শেহতীয়াকৈ লক্ষ্ণৌৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। কিছুদিন পূৰ্বে মহিলাগৰাকীক ধন বিচৰা হৈছিল। ইয়াৰ পাছতে তেওঁ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গম পালে যে যুৱকজনৰ সকলো তথ্য মিছা। তাৰ পাছতে আৰক্ষীয়ে যুৱকজনক হাতে-লোটে ধৰে। আৰক্ষীয়ে অভিযুক্তৰ পৰা ভুৱা পৰিচয় পত্ৰকে ধৰি কেইবাখনো জাল নথি জব্দ কৰে। লগতে তেওঁৰ সকলো ছ’চিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd