DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১১ টা স্থানীয় ভাষাক বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ নিৰ্দেশ ছিকিম চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 29, 2021 4:09 pm
196
VIEWS
Share on FacebookShare on Twitter

ছিকিম চৰকাৰে ৰাজ্যখনৰ সকলো বিদ্যালয়ক পাঠ্যক্ৰমত ১১ টা স্থানীয় ভাষাক অন্তৰ্ভূক্ত কৰাৰ বাবে নিৰ্দেশ দিছে।

ভূটীয়া, নেপালী, লেপচা আৰু লিম্বুকে ধৰি অন্য সাতটা ভাষা ইয়াৰ ভিতৰত অন্তৰ্ভূক্ত হ’ব।

ৰাজ্যখনৰ শিক্ষা বিভাগে এইদৰে জানিবলৈ দিয়ে।

পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা এই ভাষা সমূহক ৰাজ্যখনৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে যাতে ছাত্ৰ সকলে ইয়াৰে যিকোনো এটা ভাষাক বিকল্প ভাষা হিচাপে অধ্যয়ন কৰিব পাৰে।

বৰ্তমান ছিকিমৰ চৰকাৰী বিদ্যালয় সমূহত ভূটীয়া, নেপালী, লেপচা আৰু লিম্বু বিকল্প ভাষা হিচাপে পঢ়োৱাই থকা হৈছে।

ছিকিম চৰকাৰে চৰকাৰী, ব্যক্তিগত সকলো খণ্ডৰ বিদ্যালয়ক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰিবলৈ দিয়া ভাষা সমূহ হৈছে -ভূটীয়া, নেপালী, লেপচা, লিম্বু টামাং, গুৰুং, চেৰপা, মুখিয়া, ৰাই, নেৱাৰ ইত্যাদি।

ছিকিম চৰকাৰে জনোৱা অনুসৰি ইংৰাজী ৰাজ্যখনৰ প্ৰথম ভাষা, অন্তৰ্ভূক্ত কৰিবলৈ দিয়া ১১ টা ভাষাৰ ভিতৰত এটা হ’ব দ্বিতীয় ভাষা আৰু হিন্দী হ’ব তৃতীয় ভাষা।

ৰাজ্যখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহকো ১১ টা স্থানীয় ভাষাক স্কুল পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰাৰ নিৰ্দিষ্ট প্ৰমাণ ৰাজ্যখনৰ সচিৱৰ কাৰ্য্যালয়ত জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে।

 

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd