DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইস্কন মন্দিৰৰ উদ্যোগত বঙাইগাঁৱত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 12, 2021 9:06 pm
189
VIEWS
Share on FacebookShare on Twitter

নামনি অসমৰ প্ৰখ্যাত চহৰ বঙাইগাঁওত ইস্কন মন্দিৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

ইস্কন মন্দিৰৰ ফালৰ পৰা ৰাঘৱ নিমাই দাসে এই কথা জানিবলৈ দিছে।

দেওবাৰে ৰাতি পুৱা ৮ বজাৰ পৰা দুপৰীয়া লৈকে অনুষ্ঠিত কৰা এই বিনামূলীয়া স্বাস্থ্য শিবিৰত মুঠ ১১০ গৰাকী পুৰুষ – মহিলাক স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আৰু বিভিন্ন পৰীক্ষা কৰি দিহা পৰামৰ্শ দিয়াৰ লগতে দৰৱ পাতি প্ৰদান কৰা হয়।

এই শিবিৰত চিকিৎসা গ্ৰহণ কৰিবলৈ অহা ৰোগী সকলক আই ও চি এলৰ বিশিষ্ট চিকিৎসক ডাঃ তেজশ শেঠ দেৱে চিকিৎসা প্ৰদান কৰে ।

ইপিনে বঙাইগাঁও স্থিত Apollo diagnostic চেণ্টাৰৰ স্বত্বাধিকাৰী বিপ্লৱ সৰকাৰে নিজৰ ফালৰ পৰা ৰোগী সকলৰ তেজ আদিকে ধৰি বিভিন্ন পৰীক্ষা সমূহ বিনামূলীয়াকৈ কৰাইছে বুলি জানিব পৰা গৈছে।

এই শিবিৰত মেডিকেল ৰেপ্রেজেনটেটিভ ৰূপাঙ্কৰ চৌধুৰী , কৌশিক চক্ৰৱৰ্তী আদিয়ে সহযোগিতা আগবঢ়ায় তথা অংশ গ্ৰহণ কৰে।

বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওৰ শাস্ত্ৰী পথত অৱস্থিত ইস্কণ মন্দিৰৰ মেনেজাৰ ৰাঘৱ নিমাই দাসে এই শিবিৰত সহায় সহযোগ তথা সেৱা আগবঢ়োৱা ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰিছে।

জানিব পৰা মতে ভক্তি মাৰ্গ তথা ধৰ্ম প্ৰচাৰৰ উপৰি জ্ঞান বিকাশৰ লগতে নানা ধৰণৰ মানৱ সেৱা তথা সামাজিক কাৰ্য ইস্কন মন্দিৰৰ উদ্যোগত কৰি অহা হৈছে।

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd