• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমি ক’ৰ’না সংক্ৰমণৰ তৃতীয় স্তৰলৈ যোৱাৰ পৰা ভাৰতক ৰক্ষা কৰাত বৰ্তমানলৈ সফল হৈছো : ড০ হৰ্ষবৰ্ধণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 24, 2020 10:48 pm

1 min read

আমি ক’ৰ’না সংক্ৰমণৰ তৃতীয় স্তৰলৈ যোৱাৰ পৰা ভাৰতক ৰক্ষা কৰাত বৰ্তমানলৈ সফল হৈছো : ড০ হৰ্ষবৰ্ধণ

স্বাস্থ্ মন্ত্ৰী হৰ্ষবৰ্ধণ

2.6k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধণে শুকুৰবাৰে ভাৰত চৰকাৰে বৰ্তমানলৈ ভাৰতক ক’ৰ’না মহামাৰীৰ তৃতীয় পৰ্যায়ত প্ৰৱেশৰ পৰা ৰক্ষা কৰিব পাৰিছে বুলি মন্তব্য কৰে।

‘‘আমি বৰ্তমানলৈ ৫.৫ লাখ টেষ্ট সম্পূৰ্ণ কৰিছো আৰু প’জিটিভ কেচ ৩-৪ শতাংশতকৈ বেছি হোৱা নায়,’’ হৰ্ষবৰ্ধণে লগতে কয়।

‘‘আমাৰ হাতত দেশৰ অত্যাধিক সংক্ৰমণ হোৱা ঠাইৰ সম্পূৰ্ণ তথ্য আছে,’’ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ভাৰতত বৰ্তমানলৈ ২৩,০০০ কৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৭০০ গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে।

অসমতো বৰ্তমানলৈ ৩৫ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মাত্ৰ এগৰাকী লোকৰ মৃত্যু  হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে ভালেমান স্বাস্থ্য পৰামৰ্শদাতাই ভাৰত চৰকাৰৰ ল’কডাউনৰ সিদ্ধান্তক আদৰণি জনাইছে।

Recent News

a man

ৰক্তাক্ত ম্যানমাৰ: আৰক্ষীৰ নিৰ্বিচাৰ গুলিচালনাত নিহত ১৮ গৰাকী প্ৰতিবাদকাৰী

Screenshot_20210227_203328

মাৰ্ঘেৰিটা সমষ্টিত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচন সৰ্ম্পকে মহকুমাধিপতি কাৰ্যালয়ত সাংবাদিকৰে সভা

PM-Modi-750x375

ডিঙিত গামোচালৈ কোভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

bhaba

কলিয়াবৰত নৱ নিৰ্মিত নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd