• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘কোভিড১৯ৰ লক্ষণ দেখুওৱাৰ পাছতো দীপিকা নাথৰ চেম্পল কিয় লোৱা নহ’ল?’ : স্বাস্থ্য মন্ত্ৰী হিমন্তৰ প্ৰশ্ন

স্বাস্থ্য মন্ত্ৰীৰ এক মন্তব্যই উদঙাইছে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2020 9:01 pm
95260473_10157530843578983_3598491164442886144_n (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ চৌদিশে ক’ৰ’নাৰ যি আতংক চলি আছে।

তাৰ মাজতে এই ক’ৰ’না বিৰুদ্ধে যুঁজৰ সেনাপতি ৰূপে সন্মুখ সমৰত অৱতীৰ্ণ হোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে।

Apply Now

আজি আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসত মন্ত্ৰী ড০ শৰ্মাই কৰা এক মন্তব্যৰ পাছতে উন্মোচিত হৈছে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দি থকা চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ।

দীপিকা নাথৰ ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুকৰ সাবটি লোৱাৰ পাছত মন্ত্ৰীগৰাকীৰ এই মন্তব্যই ৰাজ্যত জুকাৰণি তুলিছে।

‘এইটো এটা অস্বাভাৱিক কথা যে ইমানখিনি লক্ষণ দেখুওৱাৰ পাছত দীপিকা নাথৰ চেম্পল ESI হস্পিতালত কিয় লোৱা নহ’ল?’ সংবাদ মাধ্যমৰ আগত প্ৰশ্ন স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

তেওঁ লগতে কয় ‘মৃত দীপিকা নাথক প্ৰথম ESIC হস্পিতালত ভৰ্তি হৈ চিকিৎসা লৈছিল। তেওঁৰ কোভিড১৯ৰ সম্পূৰ্ণ লক্ষণ চিকিৎসাধীন হৈ থকাৰ পৰাই দেখা দি আছিল। এইটো চিকিৎসকৰ এটা ভুল বুলি ক’ব লাগিব যে লক্ষণ থকাৰ পাছতো তেওঁৰ চেম্প’ল সংগ্ৰহ কৰিব নোৱাৰিলে।‘

‘তেওঁ ESI হস্পিতালত জ্বৰ কাহ আৰু ভৰিৰ বিষ লৈ গৈছিল। যিমানখিনি লক্ষণ দেখুৱাব লাগে সেইখিনি লক্ষণ দীপিকাৰ আছিল। সেইটো এটা ভাবিবলগীয়া কথা।‘ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

উল্লেখ্য যে, দীপিকাৰ মৃত্যুৰ পিছত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কৰ্কট  প্ৰতিষ্ঠানক দীপিকাৰ তেজৰ চেম্পল পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু শুকুৰবাৰে নিশা দীপিকা ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় বুলি প্ৰমাণিত হয় বুলি কালি এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে জনাইছিল।

আনহাতে, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাস পৰিদৰ্শন সময়ছোৱাত গুৱাহাটীক কোনো জ’ন ঘোষণাৰ কথা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘অপ্ৰয়োজনীয় কাৰণত কোনো লোকে ঘৰৰ পৰা ওলাব নালাগে।জিলাখন সম্পূৰ্ণৰূপে বন্ধ কৰিব নালাগে।নিৰ্দিষ্ট ঠাইখন বন্ধ কৰিব লাগে।‘

ইয়াৰোপৰি, মাস্ক পৰিধান কৰি সকলো লোককে সামাজিক দূৰত্ব পালন কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

ইপিনে, জিএমচিএইচৰ চিকিত্‍সক-নাৰ্ছৰ ক’ৰ’না-টেষ্টৰ ফলাফল লাভ কৰা বুলি জানিবলৈ দি তেওঁ কয় ‘মুঠ ৫২৯ টা চেম্প’ল সংগ্ৰহ কৰা হৈছিল। তাৰে ৩৫৭টা ছেম্পলৰ ফলাফল নিগেটিভ আহিছে।বাকীকেইটাৰ ফলাফল আজি নিশা ওলাব।’

তদুপৰি জিএমচিএইচৰ অধ্যক্ষ ৰমেন তালুকদাৰৰ নমুনা নিগেটিভ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় ‘হ’লেও তেওঁ এতিয়া কোৱাৰেন্টাইনত থাকিব।পুনৰ পৰীক্ষা কৰা হ’ব।’

Tags: COVID-19
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd