• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাইক্ৰ’ফাইনেঞ্চৰ চেক বিতৰণ কৰি স্বাস্থ্যমন্ত্ৰীয়ে ক’লে,’ইয়াৰ বাবে উন্নয়ণৰ কাম কিছু পলম হ’ব’

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
March 13, 2022 10:05 am
Micro finance cheque

ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ মিছা মিলন সংঘত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকলক চেক বিতৰণ কৰে। পশ্চিম কলিয়াবৰ উন্নয়ণ খণ্ডৰ অন্তৰ্গত প্ৰায় তিনি হাজাৰ আৰু কলিয়াবৰ উন্নয়ণ খণ্ডৰ অধীনত প্ৰায় তিনি হাজাৰৰো অধিক মহিলাক চেক প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।

ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকলক ঋণমুক্ত কৰিবলৈ প্ৰায় বাৰ হাজাৰ কোটি টকা পৰিশোধ কৰিব লাগিব বুলি কোৱাৰ লগতে এই বাৰ হাজাৰ কোটি টকা প্ৰদান কৰোতে উন্নয়ণ কিছু পলম হ’ব বুলি কয়। কিয়নো এই বাৰ হাজাৰ কোটি টকাটো ৰাইজৰ উন্নয়ণৰে টকা।

লগতে পঢ়ক: মধ্যবিত্তৰ মূৰত মাধমাৰ! ইপিএফঅ’-ই হ্ৰাস কৰিলে সুতৰ হাৰ; চাৰি দশকৰ ভিতৰত সৰ্বনিম্ন

Apply Now

সভাত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি কয়, ‘’আমাৰ মুখ্যমন্ত্ৰীয়ে কথা যেনেকৈ কয়, কামো তেনেকুৱাকৈয়ে কৰে। এনে মুখ্যমন্ত্ৰী এইবাৰেই প্ৰথম।‘’

আনহাতে, মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকল ঋণমুক্ত কৰিবলৈ প্ৰায় বাৰ হাজাৰ কোটি টকা পৰিশোধ কৰিব লাগিব বুলি কোৱাৰ লগতে এই ১২হাজাৰ কোটি টকা প্ৰদান কৰোতে উন্নয়ণ কিছু পলম হ’ব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বক্তব্য প্ৰদান কৰাৰ লগতে এই বাৰ হাজাৰ কোটি টকাটো ৰাইজৰ উন্নয়ণৰে টকা বুলি বক্তব্য প্ৰদান কৰাৰ পাছতে এতিয়া সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাইজৰ উন্নয়ণৰে টকাৰে মাইক্ৰফাইনেঞ্চৰ ঋণ পৰিশোধ কৰি উন্নয়ন স্থবিৰ কৰাটো কেতিয়াও গ্ৰহণ যোগ্য হব নোৱাৰে বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

লগতে পঢ়ক: অভিলেখ! এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে

ইপিনে, চৰকাৰে প্ৰদান কৰা চেক সমূহত বহুতো বিসংগতি দেখা পোৱা গৈছে। ঋণ লোৱা মহিলাসকলৰ কিছু কিছু মহিলাৰ চেকত কেৱল নামহে আছে কিন্তু উপাধি নাই। একাংশ মহিলাৰ আকৌ চেকত মহিলা গৰাকীৰ নামৰ লগত স্বামীৰ নামো সন্নিবিষ্ট হৈছে  যাৰ বাবে বেংক কৰ্তৃপক্ষই মহিলাসকলক যৌথ একাউণ্ট বিচাৰিছে। আন কোনো কোনো মহিলাৰ আকৌ ঠিকনাৰ খেলি মেলি হোৱাও দেখা পোৱা গৈছে।

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd