• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনো কাৰণতে ৰাজ্যত নহয় লকডাউন! কলিয়াবৰত ক’ভিদ পৰিস্থিতি সংক্ৰান্তত সংবাদ মেল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2021 2:55 pm
Health Minister Keshav Mahanta's press conference
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সাম্প্ৰতিক ক’ভিদ পৰিস্থিতিক লৈ কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আজি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।

বিগত ডেৰমাহত ক’ভিদ সংক্ৰমনৰ হাৰ নিম্নতম অৱস্থাত আছে বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীজনে।

সংবাদ মেলত কেশৱ মহন্তই কয়, “বিগত ডেৰমাহত ক’ভিদৰ সংক্ৰমণৰ হাৰ এক শতাংশতকৈ কম। কোনো কাৰণতে ৰাজ্যত পুনৰ লকডাউন নহয়। লকডাউন অবিহনে চৰকাৰে ভেকচিনেচনৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব কোভিদৰ সংক্ৰমণ।”

দুৰ্গা পূজাৰ পিছত প্ৰতিদিনে ২০০ ৰ পৰা ১০০ লোক কোভিডত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিয়ে কেশৱ মহন্তই।

Apply Now

উল্লেখ্য যে সমগ্ৰ দেশতে ২ কোটি ৭২ লাখ ৪২ হাজাৰ ৪৩০ জনক এই পৰ্যন্ত কোভিড ভেকচিন প্ৰদান কৰা হৈছে।

স্বাস্থ্যমন্ত্ৰী জনে কয় যে স্বাস্থ্য বিভাগে ৰাজ্যত ঘৰে-ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে। কোনো কাৰনত লকডাউন বা অন্য কঠোৰ ব্যৱস্থা লোৱা নহয়। কেৱল মাস্ক ব্যৱহাৰ বাধ্যতামূলক।

সংবাদ মেলত তেওঁ বৰ্তমানলৈকে ৭৩,২২,২৬১ পালি কোভিদৰ দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে বুলি সদৰী কৰে।

ৰাজ্য চৰকাৰৰ লগত ৪৪ লাখ ভেকচিন জমা হৈ আছে বুলি জানিবলৈ দিয়ে কেশৱ মহন্তই।

সংবাদ মেলত কেশৱ মহন্তই লগতে সদৰী কৰে যে, প্ৰথম আৰু দ্বিতীয় পালি মিলাই ৰাজ্যত ভেকচিন প্ৰদানৰ সীমা অচিৰেই তিনিকোটি অতিক্ৰম কৰিব।

তদুপৰি সংবাদ মেলত আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। তেওঁৰ ভাষ্য অনুসৰি, ভেকচিন লোৱাটো বাধ্যতামূলক।নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ’বলগীয়া নতুন নিয়ম অনুসৰি ভেকচিন নল’লে কোনো চৰকাৰী ‘হিতাধিকাৰী’ৰ সুবিধা নাপাব ।নতুবা নতুনকৈ অন্তভুক্ত হব নোৱাৰিব চৰকাৰী আঁচনিত। দুই পালি ভেকচিনৰ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক হিচাপে বিবেচনা কৰা হ’ব।

লকডাউন নহ’লেও মাস্ক পৰিধান কৰা আৰু কভিদ প্ৰট’কল সকলোৱে মানি চলাটো বাধ্যতামূলক বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীজনে।

কেশৱ মহন্তই ৰাজ্যত ক’ভিদ টীকাকৰণৰ হিচাপ দাখিল কৰে সংবাদ মেলত। সেই অনুসৰি ৰাজ্যত ১,৯৯,২০,১৮৯ পালি প্ৰথম প্ৰতিষেধক আৰু ৭৩,২২,২৪১ দ্বিতীয় পালি প্ৰতিষেধকৰে মুঠ ২,৭২,৪২,৪৩০ ভেকচিন প্ৰদান কৰা হৈছে।

তদুপৰি স্বাস্থ্য মন্ত্ৰীজনে সদৰী কৰা অনুসৰি যোৱা ২৪ অক্টোবৰলৈকে ৰাজ্যত মুঠ সংক্ৰমিত ব‍্যক্তিৰ সংখ‍্যা হৈছে ৬,০৮,৫৮৯ জন। আনহাতে ৫,৯৮,৭৫৯ জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে মৃত‍ ব‍্যক্তিৰ সংখ‍্যা ৫,৯৭৩ গৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd