DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিলা পৰ্যায়ত প্রতি মাহে ৮০০ কোভিড-১৯ টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য মন্ত্ৰ্যালয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2020 12:12 pm
front-1140x570

প্ৰতিনিধিত্বমূলক ফটো

3.2k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে সোমবাৰে জিলা পৰ্যায়ত কোভিড-১৯ৰ টেষ্ট সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি তথা কেইবাটাও লক্ষণবিহীন ৰোগীৰ ঘটনা পোৱাৰ পাছত এই সিদ্ধান্ত লোৱা হৈছে।

মন্ত্ৰ্যালয়ে সদৰী কৰিছে যে টেষ্টিংসমূহ দেশৰ জিলা পৰ্যায়ত কৰা হ’ব আৰু সপ্তাহত ২০০টাকৈ তথা মাহে ৮০০ টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য লোৱা হৈছে।

এই টেষ্টসমূহ যাৰ কৰ’না ভাইৰাছৰ লক্ষণ দেখা যোৱা নাই সেইসকলৰ কৰা হ’ব যিটোৱে উপসৰ্গহীন ৰোগীৰ ঘটনা চিনাক্ত কৰাৰ সহায় কৰিব।

টেষ্টিঙৰ লক্ষ্যত উপনীত হ’বলৈ স্বাস্থ্য মন্ত্ৰ্যালয়ে ৰাজ্যসমূহক সৰ্বাত্মকভাৱে টেষ্টিঙৰ বাবে সাজু থকা প্ৰতিখন জিলাৰ পৰা ছয়খন চৰকাৰী হাস্পাতাল আৰু চাৰিখন ব্যক্তিগত হাস্পাতাল নিৰ্বাচিত কৰিবলৈ কৈছে।

মন্ত্ৰ্যালয়ে লগতে বিপদজনক আৰু কম বিপদজনক দুটা গ্ৰুপত চেম্প’লসমূহৰ পৰীক্ষণৰ বাবে শ্ৰেণীভুক্ত কৰিছে।

অতি বিপদজনক গ্ৰুপত স্বাস্থ্যসেৱাৰ কৰ্মীৰ দৰে লোক থাকিব আৰু টেষ্টিং পৰিকল্পনাত প্ৰতি সপ্তাহত ১০০ বা মাহে ৪০০চেম্পল অতি বিপদজনক গ্ৰুপৰ পৰা সংগ্ৰহৰ লক্ষ্য কৰি লোৱা হৈছে।

আনহাতে, গৰ্ভৱতী মহিলা আৰু চৰ্দি কাঁহ বা চৰ্দি নোহোৱা লোকসকলক কম বিপদজনক গ্ৰুপৰ অধীনত শ্ৰেণীভুক্ত কৰা হৈছে।

মন্ত্ৰ্যালয়ে এই শ্ৰেণীত মাহে ৪০০ চেম্পল সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লৈছে।

ইয়াৰ দ্বাৰা স্বাস্থ্য মন্ত্ৰ্যালয়ে এমাহত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ কোনো লক্ষণ নোহোৱা প্ৰায় ছয় লাখ লোকৰ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে। ।

Tags: COVID-19

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd