• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাভাইৰাছ: গোলাঘাটত ঘৰে ঘৰে যাব স্বাস্থ্যকৰ্মী

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
May 5, 2020 8:27 pm
Healthcare workes to go for home visit in Golaghat from 7 May
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলা স্বাস্থ্য বিভাগে কৰ’না প্ৰতিৰোধৰ পদক্ষেপ হিচাপে অহা ৭ মে’ৰ পৰা জিলাখনৰ জনসাধাৰণৰ ঘৰে ঘৰে গৈ স্বাস্থ্যৰ বুজ ল’ব।

মঙলবাৰে জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে এই কথা সদৰী কৰিছে।

Apply Now

তেওঁ উক্ত অভিযানত জিলাখনৰ ২ লাখ ৩৪ হাজাৰ পৰিয়ালক সাঙুৰি লোৱা হ’ব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে অসমৰ বিভিন্ন জিলাৰ দৰে গোলাঘাটতো জিলা প্ৰশাসনে কৰ’না, জাপানী এনকেফেলাইটিছ আদিৰ ওপৰত মানুহক সজাগ কৰাৰ লগতে এনে ৰোগত কোনো ব্যক্তি আক্ৰান্ত হৈছে নেকি বা কাৰোবাৰ দেহত কোনো লক্ষণ দিছে নেকি বুজ লৈ পৰৱৰ্তী পৰ্যায়ত স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজন হ’লে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব।

উপায়ুক্তই জানিবলৈ দিয়া অনুসৰি এই অভিযানৰ বাবে স্বাস্থ্য বিভাগৰ ৫৮জন চিকিৎসকৰ নেতৃত্বত স্বাস্থ্যকৰ্মীসকলকলৈ ৫৮টা দল প্ৰস্তুত কৰা হৈছে যাক পঞ্চায়তৰ প্ৰতিনিধিসকলে সহযোগিতা কৰিব৷

আগন্তুক এমাহ ধৰি জিলাখনৰ ৬৪৫খন ৰাজহ গাওঁ, ৫০০ বনগাওঁ আৰু নগৰ অঞ্চলত এই অভিযান চলিব।

উপায়ুক্তগৰাকীয়ে ইয়াৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে।

তেওঁ লগতে জিলাখনৰ ১৫ হাজাৰ বাহিৰত থকা লোকে অচাম কেয়াৰৰ পৰা দুই হাজাৰ টকাকৈ লাভ কৰিছে বুলি উল্লেখ কৰি ইয়াৰে যিসকলে নিজৰ ঘৰলৈ আহিব বিচাৰে তেওঁলোক আহিব পাৰিব বুলি কয়।

অৱশ্যে তেনে ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰত্যেকৰে ঘৰত জাননী আঁৰি দিয়া হ’ব আৰু অহাৰ লগে লগে তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হ’ব বুলি কয়।

একেদৰে জিলাখনত কৰ’নাৰ মোকাবিলা কৰিবৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৬০ খন অক্সিজেনসহ বিছনা, ২৪ খন আই চি ইউ বিছনা,  দুটা ভেণ্টিলেচন আৰু ৬৭০খন বিছনা সাজু কৰি থোৱা হৈছে বুলি উপায়ুক্তই সংবাদ মেলত জানিবলৈ দিয়ে৷

ঋতুপল্লৱ শইকীয়া

ঋতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd