• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত হৃদৰোগ আৰু গেষ্ট্ৰ’ এণ্টেৰ’লজি সম্পৰ্কীয় বিনামূলীয়া চিকিৎসা শিবিৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 11, 2021 8:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰখ্যাত বাণিজ্য কেন্দ্ৰ বঙাইগাঁও চহৰত অৱস্থিত হোটেল” জাহ্নৱী” ত অতি সুন্দৰ পৰিবেশৰ মাজত বৃহত্তৰ অসমীয়া সামাজিক আৰু সাংস্কৃতিক ঐক্য মঞ্চৰ ঐকান্তিক প্ৰচেষ্টা আৰু গুৱাহাটীস্থিত হায়াত চুপাৰ স্পেচিয়েলিটি হস্পিটালৰ সহযোগত হৃদৰোগ আৰু গেষ্ট্র এণ্টেৰ’লজি সম্পৰ্কে এক বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ আয়োজন কৰে।

এই শিবিৰত বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডাঃ চিন্ময় মজুমদাৰ, ডাঃ ছবুৰউদ্দিন আহমেদ,ডাঃ অমিত ৰাৱাট,ডাঃ শ্বেখ আফজালুৰ ৰহমান, ডাঃ সোমালি পাল আদিয়ে প্ৰায় ডেৰ শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা আৰু দিহা- পৰামৰ্শ প্ৰদান কৰে।

Apply Now

উক্ত চিকিৎসক সকলৰ লগতে ষ্টাফ নাৰ্ছ নেৰলাং চিৰমাং, ৱাণ্ডাছিছা লামাৰী,ইএমটি যমুনা কৰ্মকাৰ, টেকনিচিয়ান চম্পক দাস আদিয়ে নিজ নিজ দায়িত্ব সুচাৰু ৰূপে পালন কৰে।

এই বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰাৰ লগতে নিজৰ ভুমিকা পালন কৰাৰ অন্তৰালত বৃহত্তৰ অসমীয়া সামাজিক আৰু সাংস্কৃতিক মঞ্চৰ মুখ্য উপদেষ্টা ডাঃ ইথেশ বৰদলৈ, সভাপতি ডাঃ ৰক্তিম বৰা , উপ সভাপতি ডাঃ প্লাৱন মজুমদাৰ , সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ বৈশ্য , সহ সাধাৰণ সম্পাদক ( সাংস্কৃতিক ) বিজয় মজুমদাৰ , বিধান দেউৰী , সহ সাধাৰণ সম্পাদক ( সামাজিক) বিকাশ পাঠক, বিদ্যুৎ বিকাশ দাস, কোষাধ্যক্ষ হিতেশ দাস , মুখ্য সমন্বয়ক (ছপা আৰু প্ৰচাৰ মাধ্যম ) মৃদুল ৰায় প্ৰধানী , মুখ্য সমন্বয়ক (বৈজ্ঞানিক অনুসন্ধান আৰু চিকিৎসা বিভাগ ডাঃ বিদ্যুৎ বিকাশ চৌধুৰী , ডাঃ দিগন্ত চৌধুৰী , মুখ্য সমন্বয়ক ( খেল আৰু শাৰীৰিক চৰ্চা বিভাগ) নবজিৎ ৰায় , ডাঃ গৌতম দাস আৰু কাৰ্যকৰী সদস্য জ্যোতিৰ্ময় দাসে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই সন্তুষ্টি লাভ কৰে।

উক্ত শিবিৰ বন্তি প্ৰজ্বলন কৰি ডাঃ ইথেশ বৰদলৈয়ে শুভ উদ্বোধন কৰে। শিবিৰ উপলক্ষ্যে আয়োজিত সভাখন মঞ্চৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ বৈশ্যৰ পৰিচালনাত অনুষ্ঠিত হয়।

সভাত বিশিষ্ট চিকিৎসক ডাঃ ইথেশ বৰদলৈ, ডাঃ ৰক্তিম বৰা , ডাঃ প্লাৱন মজুমদাৰ , প্ৰমুখ্যে কেইবা গৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰি আয়োজক সকলৰ শলাগ লয় ।

ইপিনে হোটেল জাহ্নৱীৰ সকলো কৰ্মচাৰীৰ সেৱাৰ মনোভাৱ দেখি উপস্থিত ব্যক্তি সকলে ধন্যবাদ জ্ঞাপন কৰে। শিবিৰত বঙাইগাঁও , বৰপেটা , চিৰাং আৰু ধুবুৰী জিলাৰ পৰা ডেৰ শতাধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd