• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰচণ্ড বৰষুণ আৰু ধুমুহাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ! আছিল ৪জন যাত্ৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 25, 2024 8:27 am
17.6k
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰৰ বতৰ বৰ ভাল নহয়।ৰাজ্যখনত অবিৰত বৰষুণ আৰু বান পৰিস্থিতি। ইফালে বৰষুণৰ লগে লগে অব্যাহত আছে ধুমুহা। ইয়াৰ বাবেই পুনেত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। সেই সময়ত তাত ৪ জন মানুহ আছিল।

মুম্বাইৰ জুহুৰ পৰা হায়দৰাবাদলৈ গৈ আছিল এডব্লিউ ১৩৯ হেলিকপ্টাৰখন। কিন্তু পুনে জিলাত হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, খহি পৰাৰ সময়ত অঞ্চলটোৰ বতৰ অত্যন্ত বেয়া আছিল। বৰষুণটো প্ৰায়েই দেখা পোৱা নাছিল, লগতে ধুমুহাও আহিছিল। ফলত হেলিকপ্টাৰখন নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। যদিও এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই, তথাপিও পাইলটজন গুৰুতৰভাৱে আহত হোৱাত এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকীসকল গুৰুতৰভাৱে আহত হোৱা নাই।

দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন গ্ল’বেল ভেক্ট্ৰা কোম্পানীৰ বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ধ্বংসৰ সঠিক কাৰণৰ তদন্ত কৰা হ’ব। ইয়াৰ পূৰ্বে মে’ মাহত মহাৰাষ্ট্ৰত আন এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ পোৱা গৈছিল। অৱশ্যে সেই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাছিল।

এই বেয়া বতৰৰ বাবে পুনেকে ধৰি কেইবাটাও অঞ্চলৰ পৰা বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। স্বাভাৱিক জীৱনতো ব্যাঘাত জন্মিছে। একাধিক স্থানৰ পৰা দুৰ্ঘটনাৰ খবৰ অহাত ৰাইজৰ মাজতো আতংক বৃদ্ধি পাইছে। ক’ৰবাত গাড়ী দুৰ্ঘটনা সংঘটিত হৈছে, বিদ্যুৎস্পৃষ্ট হৈ কিছু লোকৰ মৃত্যু হৈছে। ইফালে এই হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰে অধিক আতংকৰ সৃষ্টি কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd