DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত এগৰাকী যুৱতী : ৩০ লক্ষাধিক টকাৰ হেৰ’ইন জব্দ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 30, 2019 5:13 pm
Heroin seized

জব্দ কৰা হিৰ'ইনসহ গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকী। ফটো : নৰ্থইষ্ট নাও

644
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য।

মঙলবাৰে পুৱা ৭ মান বজাত গুৱাহাটী ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই এগৰাকী মহিলাসহ ১৫০ গ্ৰাম হেৰ’ইন জব্দ কৰে কৰে।

বজাৰত এই হেৰ’ইনখিনিৰ মূল্য ৩০ লাখ টকা হ’ব বুলি জানিব দিয়ে ৰেইলৱে আৰক্ষীয়ে।

হেৰ’ইনখিনি ২২ টা চাবোনৰ বাকচত ভৰাই আনিছিল।

এই নিচাযুক্ত দ্ৰব্য খিনি আৱিত্ৰী কৰ্মকাৰ নামৰ যুৱতী গৰাকীয়ে লৈ আহিছিল।

আৱিত্ৰীৰ ঘৰ পশ্চিমবংগৰ নদিয়া জিলাৰ বিৰহিত। বিৰহিৰ গোবিন্দ কৰ্মকাৰৰ জীয়ৰী আৱিত্ৰী।

এই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যখিনি দিল্লীলৈ নি থকা অৱস্থাতে ৰেইলৱে আৰক্ষীয়ে জব্দ কৰে।

১২৪২৩ নম্বৰ ৰাজধানী এক্সপ্ৰেছৰ ১০ নম্বৰ ডবাত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত দ্ৰব্য সহ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে।

ৰেইলৱে আৰক্ষীয়ে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, সোমবাৰেও ৪৫ কেজি অবৈধ গাঞ্জাসহ ৰেইলৱে আৰক্ষীৰ জালত পৰিছিল মেঘালয়ৰ খাচী পাহাৰৰ এক ভাতৃ-ভগ্নী।

Recent News

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ! ক্ষিপ্ৰ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া; ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বন

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Australia Elections: পৰাজিত প্ৰধানমন্ত্ৰী স্কট মৰিছন; লেবাৰ পাৰ্টিৰ হাতত অষ্ট্ৰেলিয়াৰ শাসনভাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd