• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত ফ্ৰান্স চৰকাৰৰ উচ্চ পৰ্যায়ৰ সঁজাতীৰ দল : কাজিৰঙাৰ ভ্ৰমণ কৰি আপ্লুত হ’ল সকলো

উত্তম শইকীয়া by উত্তম শইকীয়া
January 31, 2021 7:50 pm
IMG-20210131-WA0027
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰূপায়ন কৰা হাইলেণ্ড নিৰ্মাণ, জন কল্যাণ আঁচনি, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ লগতে অনান্য আঁচনিৰ ৰূপায়ণৰ কাম চাবলৈ কাজিৰঙালৈ আহিছে ফৰাচী দেশৰ উচ্চস্তৰীয় এক সঁজাতীৰ দল৷

দুদিনীয়া ভ্ৰমনসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ফৰাচী বিকাশ প্ৰাধিকৰণৰ এই সঁজাতী দলত আছিল ফ্ৰান্সৰ পৰিৱেশতন্ত্ৰ আৰু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী পম্পিলি, বিভাগীয় নিৰাপত্তা বিষয়া ডমিনিক দেচেম্প, পৰিৱেশতন্ত্ৰ আৰু পৰিবৰ্তন বিভাগৰ মুখ্য বিষয়া কেৰিণী লালমান্ট, কূটনৈতিক বিষয়া কেভিন মাৰ্গ’ণ আৰু সহনশীল উন্নয়ন বিভাগৰ কাউন্সেলৰ মেক্সিম ডউ বইচ।

Apply Now

তেওঁলোকক সংগ দিয়ে ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইন, কনচেল জেনেৰেল ভাৰ্জিনী কৰ্টাভেল, সাংবাদিক মাৰিয়ান গ্ৰেপিনেট আৰু ফিলিপ পেটিটৰ লগতে প্ৰকল্প বিষয়া ব্ৰুন’ব’চেল৷

দুদিনীয়া এই ভ্ৰমণ কালত ফৰাচী দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চল ভ্ৰমণ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্ম আঁচনি আৰু কাষতে থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰও পৰিদৰ্শন কৰে৷

দলটোৰ এই ভ্ৰমণত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, ডিএফঅ’ ৰমেশ কুমাৰ গগৈ, সহকাৰী বন সংৰক্ষক ঋতুপৱন বৰাৰ লগতে বিষয়া কৰ্মচাৰীয়ে সংগ প্ৰদান কৰে৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কাম কাজক প্ৰশংসা কৰাৰ লগতে ফৰাচী দলটোৱে সমিতিৰ সদস্যসকলে উৎপাদন কৰা সামগ্ৰীও ক্ৰয় কৰে৷

উল্লেখ্য যে অসম চৰকাৰৰ বন আৰু জৈৱবৈচিত্ৰ সংৰক্ষণৰ অসম প্ৰকল্পৰ বাবে ২০১৭ চনতেই ফ্ৰান্সৰ বিকাশ প্ৰাধিকৰণেও সাহায্য আগবঢ়াইছিল৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি অভিভূত হৈ পৰে ফৰাচী দেশৰ উচ্চ পদস্থ এই সঁজাতী দল৷ আজি দুদিনীয়া ভ্ৰমন সামৰি উভতি যায় ফৰাচী সঁজাতীৰ দলটো৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd