• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনজাতি-অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণমূলক আঁচনিক লৈ মাজুলীত উচ্চ পৰ্য্যায়ৰ বৈঠক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 27, 2019 7:58 am
908
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে তৃণমূল পৰ্যায়ত জনসচেতনতা বৃদ্ধিৰ বিশেষ উদ্যোগ লৈছে ‘জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যণ সঞ্চালকালয়’ (ডব্লিউ পি টি বি চি)-এ।

মাজুলী জিলাতো জনজাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক চৰকাৰৰ এনে কল্যাণকামী আঁচনিসমূহৰ বিষয়ে অৱগত কৰি তেওঁলোকে যাতে ইয়াৰ সুফল পাব পাৰে, সেই প্ৰয়াসেৰে ডব্লিউ পি টি বি চিৰ সঞ্চালক বিভাস মোদীয়ে বুধবাৰে মাজুলীত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু এই পিছপৰা জনগোষ্ঠীৰ নাগৰিকৰ সৈতে এক আলোচনাত মিলিত হয়।

মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত আ য়োজিত এই সভাত সঞ্চালকালয়টোৰ উপ-সঞ্চালক যাদৱ পেগু, মাজুলীৰ অতিৰিক্ত উপায়ুক্ত তথা জিলাৰ একীভূত জনজাতি উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত প্ৰকল্প সঞ্চালক চিন্ময় নাথ, অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অজিত শৰ্মা, সহকাৰী আয়ুক্ত বিভাস পাঠকৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে।

সভাত সঞ্চালক মোদীয়ে সঞ্চালকালয়টোয়ে ৰূপায়ণ কৰি থকা আঁচনিসমূহৰ বিষয়ে ৰাজ্যৰ জনাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ বেছিভাগ লোকেই ভালদৰে অৱগত নোহোৱাৰ বাবে আঁচনিসমূহৰ পৰা উপকৃত নোহোৱাকৈ আছে বুলি খেদ প্ৰকাশ কৰে।

উক্ত আঁচনিৰ সুফল মাজুলীবাসীয়েও পোৱাটো নিশ্চিত হোৱাকৈ জিলাখনৰ অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা লোকসকলক সময় মতে আবেদন দাখিলৰ বাবে উৎসাহিত কৰাত নাগৰিক সমাজৰ প্ৰতিনিধিসকলক বিশেষ আগভাগ ল’বলৈ সঞ্চালক মোদীৰ লগতে অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথেও সভাত সকলোকে অনুৰোধ কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd