DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কমনৱেলথ গেমছৰ ৪x৪০০ মিটাৰ ৰীলেৰ দলীয় শাখাত অসমৰ হিমা দাসৰ সাফল্য

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 6, 2022 8:52 pm
121
VIEWS
Share on FacebookShare on Twitter

২০০ মিটাৰৰ ইভেণ্টত ফাইনেললৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱা  অসম কন্যা হিমা দাস আজি পিছে উজলি উঠে।কমনৱেলথ গেমছৰ ৪x৪০০ মিটাৰ ৰীলেৰ দলীয় শাখাত উজলিল হিমা দাস।

হিমাৰ লগতে ভাৰতীয় দলটোৱে দ্বিতীয় স্থান লাভ কৰি ফাইনেলত প্ৰৱেশ কৰে৷ প্ৰথম স্থানত থাকে জামাইকা৷ আজিৰ দিনটোত ভাৰতে বিভিন্ন শাখাত ৭ টা পদক জয় কৰে৷ একেদৰে আজি কমনৱেলথ গেমছ-২০২২ৰ ১০,০০০ মিটাৰ ৱাক ইভেণ্টত ভাৰতৰ প্ৰিয়ংকা গোস্বামীয়ে ৰূপৰ পদক অৰ্জন কৰে।

ইপিনে ভাৰতীয় মল্লযোদ্ধাসকলে প্ৰতিযোগিতাৰ অষ্টম দিনটোত অৰ্জন কৰা ৬টা পদকৰ ভিতৰত তিনিটা সোণৰ পদক, এটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক।

মল্লযোদ্ধা অংশু মালিকে ৰূপৰ পদক অৰ্জন কৰে৷ বজৰংগ পুনিয়া, দীপক পুনিয়া আৰু সাক্ষী মালিকে তিনিটাকৈ সোণৰ পদক অৰ্জন কৰে৷

Recent News

kashmir-1

কাশ্মীৰত আজি পুৱাই অঘটনঃ সেনাৰে সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত, তিনিজন সৈনিকো শ্বহীদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

ৰে’ল, বিমানৰ পিছত এইবাৰ ডাক সেৱা ব্যক্তিগত খণ্ডক গটাবলৈ ওলাইছে মোদীৰ চৰকাৰে, তীব্ৰ প্ৰতিবাদ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কলিয়াবৰৰ ৰাজপথত উদ্ধাৰ এগৰাকী অকলশৰীয়া কিশোৰী,নগাঁৱৰ চাইল্ড লাইনলৈ প্ৰেৰণ

কৃষক আন্দোলনৰ সমৰ্থন বিচাৰি জ’ বিদেনলৈ পত্ৰ প্ৰেৰণ ৪০জনৰো অধিক আইনজীৱীৰ

কথা পাহৰা ৰোগত আক্ৰান্ত হৈছে নেকি মাৰ্কিন ৰাষ্ট্ৰপতি বিদেন! চলাই নিব পাৰিবনে আমেৰিকাক?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd