DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

স্বৰ্ণকন্যা হিমা : কোনে কেনেকৈ জনালে অভিনন্দন?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 22, 2019 6:53 pm
স্বৰ্ণকন্যা হিমা : কোনে কেনেকৈ জনালে অভিনন্দন?

প্ৰতিনিধিত্বমূলক ছবি

411
VIEWS
Share on FacebookShare on Twitter

নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীৰ নয়নৰ মণি হৈ পৰিছে অসম কন্যা হিমা দাস। ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীকে ধৰি দেশৰ চলচ্চিত্ৰ তথা ক্ৰীড়া জগতৰ শীৰ্ষস্থানৰ তাৰকাসকলৰ অভিনন্দন আৰু মৰমেৰে উপচি পৰিছে হিমাৰ টুইটাৰ হেণ্ডেল।

অভিনন্দন জনোৱা সকলৰ ভিতৰত আছে বলিউডৰ স্বনামধন্য অভিনেতা অমিতাভ বচ্চন। টুইটাৰ যোগে অভিনেতা গৰাকীয়ে হিমাক ভুয়সী প্ৰসংশা কৰে।

T 3233 – Hima Das .. the pride of India .. to the Moon and beyond .. indeed but we need to add another Moon for she has done 5 now .. AMAZING !!?????????????????? pic.twitter.com/bE18xU0PSx

— Amitabh Bachchan (@SrBachchan) July 21, 2019

ইয়াৰ উপৰি বলিউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মায়ো হিমাক অভিনন্দন জনাই টুইট কৰে।

19 days – 5 gold medals – 1 golden girl ! Congratulations @HimaDas8 ! You are an exemplary example of solid grit & determination & a huge inspiration to young girls ??❤

— Anushka Sharma (@AnushkaSharma) July 22, 2019

আনহাতে অভিনন্দৰ বাবে অনুষ্কাক ধন্যবাদ জনাই হিমাই দিয়া টুইটৰ পুনৰ ৰিপ্লাই দি অভিনেত্ৰী গৰাকীয়ে নিজকে হিমাৰ বিগ ফেন বুলি কয়।

Thank you & I am a big time fan of YOU ? https://t.co/wlVCSRGZeG

— Anushka Sharma (@AnushkaSharma) July 22, 2019

একেদৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়েও হিমাক অভিনন্দন আৰু অনাগত দিনৰ শুভেচ্ছা জনায়।

Phenomenal achievement by our golden girl @Himadas8. You are certainly making us proud. Hats off to your spirit. Wish you continued success. ?? #HimaDas

— Virat Kohli (@imVkohli) July 22, 2019

ইয়াৰ উপৰি ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কিপাৰ ঋষভ পন্তে দৌৰ ৰাণী হিমাক অভিনন্দন জনাই কৰে টুইট।

You are an absolute inspiration @HimaDas8 ? The golden girl of India ?? salaam boss ? pic.twitter.com/21cetOSsWS

— Rishabh Pant (@RishabPant777) July 21, 2019

লগতে পঢ়ক স্বৰ্ণকন্যা হিমাৰ সাফল্যত ৰাষ্ট্ৰপতিকে ধৰি দেশৰ তাৰকা-মহাতাৰকাৰ শুভেচ্ছা।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd