DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিলৰ পিছতে মন্ত্ৰী হিমন্ত এইবাৰ আদালতলৈ যাব স্বৰাজ অসমৰ ভৱেন সন্দিকৈৰ বিৰুদ্ধে

সন্দিকৈৰ বিৰুদ্ধে অসত্য আৰু মানহানিকৰ বাতৰি প্ৰচাৰৰ অভিযোগ আনিলে মন্ত্ৰী হিমন্তই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2018 10:33 pm
Bhaben_Himanta
1.2k
VIEWS
Share on FacebookShare on Twitter

দুৰ্নীতিৰ তথ্য-প্ৰমাণ দাঙি ধৰা অখিল গগৈৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হোৱাৰ পিছতে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ স্বৰাজ অসমৰ ভৱেন সন্দিকৈৰ বিৰুদ্ধেও আদালতলৈ যোৱাৰ হুংকাৰ দিলে।

আজি মন্ত্ৰীজনৰ এটা বিশ্বস্ত সূত্ৰই কয় যে ধাৰাবাহিকভাৱে অসত্য আৰু মানহানিকৰ বাতৰি প্ৰচাৰ কৰি থকা বাবে মন্ত্ৰীজনে অহা চাৰি দিনৰ ভিতৰত ভৱেন সন্দিকৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিব।

উল্লেখযোগ্য যে লুই বাৰ্জাৰ কেলেংকাৰিৰ গোচৰৰ তদন্তৰ বাবে ভৱেন সন্দিকৈয়ে দীৰ্ঘদিনীয়া যুঁজ অব্যাহত ৰাখিছে। কেলেংকাৰিটোৰ তদন্ত বৰ্তমান চি বি আয়ে গ্ৰহণ কৰি প্ৰক্ৰিয়া আগ বঢ়াই নিছে। মন কৰিব লগীয়া কথাটো হ’ল কেলেংকাৰিটোৰ এজন অন্যতম অভিযুক্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আনহাতে আজি ভৱেন সন্দিকৈয়ে মন্ত্ৰী হিমন্তক যোৱা ১ আৰু ২ নৱেম্বৰত দিল্লীত চি বি আয়ে জেৰা কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছিল।

ইয়াৰ পিছতে মন্ত্ৰীজনে সন্দিকৈৰ বিৰুদ্ধে গোচৰ চলোৱা হ’ব বুলি এই হুংকাৰ দিয়ে।

ইফালে ভৱেন সন্দিকৈয়ে মন্ত্ৰীজনৰ তেওঁৰ বিৰুদ্ধে গোচৰ চলোৱাৰ সিদ্ধান্তক আদৰণি জনায়। “কোনো কথা নাই, দিয়ক মোৰ বিৰুদ্ধে গোচৰ।  প্ৰত্যাহ্বান দিছে যিহেতু তেওঁ, গতিকে গ্ৰহণ কৰিবই লাগিব।” এইদৰে কয় ভৱেন সন্দিকৈয়ে।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd