• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টিকট নিদিয়াৰ পিছত অমিত শ্বাহলৈ ‘কৃতাৰ্থবোধ’ প্ৰকাশেৰে নীৰৱতা ভংগ কৰিলে হিমন্তই

নিজকে এজন “সাধাৰণ কাৰ্য্যকৰ্তা” বুলিও অভিহিত কৰিলে মন্ত্ৰীজনে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2019 7:38 pm
Himanta Biswa

আজি ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীৰ মনোনয়ন পত্ৰ দাখিলৰ সমদলৰ সময়ত হিমন্ত আৰু মুখ্য মন্ত্ৰী সোণোৱাল। ফটোৰ উৎস : টুইটাৰ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰে ৰাষ্ট্ৰীয় ৰাজনীতিলৈ উত্তৰণ আশা কৰি পিছত ৰাষ্ট্ৰীয় নেতৃত্বৰ বাধাৰ সন্মুখীন হোৱা বিজেপি মন্ত্ৰী হিমন্তই ঘটনাটোৰ প্ৰথম প্ৰতিক্ৰিয়া কৰিছে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ কৃতজ্ঞতাবোধ প্ৰকাশ কৰি হিমন্তই অলপতে এটা টুইট কৰিছে, য’ত তেওঁৰ ওপৰত আস্থা প্ৰকাশ কৰা বাবে অমিত শ্বাহলৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

“মাননীয় অধ্যক্ষ শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া, মোৰ প্ৰতি আপুনি যি আস্থা তথা বিশ্বাস ব্যক্ত কৰিছে তাৰ বাবে কৃতাৰ্থ বোধ কৰিছো৷ মোৰ দৰে এজন সাধাৰণ কাৰ্যকৰ্তাৰ বাবে এয়া এক ডাঙৰ স্বীকৃতি আৰু ইয়াক মই আজীৱন পাহৰিব নোৱাৰিম৷ আপোনাৰ সিদ্ধান্ত বিনম্ৰতাৰে গ্ৰহণ কৰিছো৷” টিকট বঞ্চিত হোৱা হিমন্তই দলে দিয়া নিৰ্বাচনৰ গধুৰ দায়িত্ব শিৰপাতি লোৱা বুলি প্ৰকাশ কৰি এইদৰে লিখে।

Apply Now

অমিত শ্বাহে তেওঁক টিকট নিদিয়াৰ কাৰণ ব্যাখ্যা কৰি হিন্দীতে কৰা এটা টুইটৰ “উত্তৰ” হিচাপে হিমন্তই এইদৰে কয়।

মন কৰিব লগীয়া যে টুইটটোত নিজকে এজন “সাধাৰণ কাৰ্য্যকৰ্তা” বুলিও অভিহিত কৰে মন্ত্ৰী হিমন্তই।

লগতে পঢ়ক হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা সন্দৰ্ভত কি ক’লে অমিত শ্বাহে?

উল্লেখযোগ্য যে অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই হিমন্তক তেজপুৰ সমষ্টিত টিকট দিয়াৰ পৰিৱৰ্তে নেডাৰ আহ্বায়ক হিচাপে সমগ্ৰ উত্তৰ-পূবত দলটোৰ আৰু ইয়াৰ সহযোগী দলবোৰৰ প্ৰাৰ্থীসকলক জয়ী কৰি নিয়াৰ বাবে দায়িত্ব ল’বলৈ নিৰ্দেশ দিছে। মন্ত্ৰীজনক টিকট নিদিয়াৰ সেয়ে কাৰণ বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে সভাপতি দাসে।

1 মাননীয় অধ্যক্ষ শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া, মোৰ প্ৰতি আপুনি যি আস্থা তথা বিশ্বাস ব্যক্ত কৰিছে তাৰ বাবে কৃতাৰ্থ বোধ কৰিছো ৷ মোৰ দৰে এজন সাধাৰণ কাৰ্যকৰ্তাৰ বাবে এয়া এক ডাঙৰ স্বীকৃতি আৰু ইয়াক মই আজীৱন পাহৰিব নোৱাৰিম ৷ আপোনাৰ সিদ্ধান্ত বিনম্ৰতাৰে গ্ৰহণ কৰিছো ৷ https://t.co/iojOsiiHCA

— Himanta Biswa Sarma (@himantabiswa) March 21, 2019

আনহাতে ৰাষ্ট্ৰীয় নেতৃত্বই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা দিয়াৰ পিছতে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছিল মন্ত্ৰী হিমন্তই। ৰাজ্যত দলটোৰ আৰু প্ৰাৰ্থীসকলৰ যি নিৰ্বাচনী কুচকাৱাজ চলি আছে, তাৰ কোনোটো দৃশ্যৰ মাজতে দেখা নগৈছিল হিমন্তৰ প্ৰত্যক্ষ অথবা পৰোক্ষ ভূমুকি। অৱশ্যে আজি মন্ত্ৰীজনে ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী সোণোৱালৰ সৈতে ৰামেশ্বৰ তেলীৰ মনোনয়ন পত্ৰ দাখিলৰ সমদলত যায়।

আনহাতে ছ’চিয়েল মিডিয়াত এই বিষয়টোক লৈ যথেষ্ট পানী ঘোলা হোৱা দেখা গৈছে। একাংশৰ প্ৰশ্ন,- ৰাষ্ট্ৰীয় সভাপতি হৈ নিৰ্বাচনৰ গধুৰ দায়িত্ব থকা সত্ত্বেও অমিত শ্বাহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে যদি হিমন্তক নিৰ্বাচনৰ দায়িত্বৰ দোহাই দিয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছে কি যুক্তিত? হিমন্তক দলে কেৱল দলটোৰ স্বাৰ্থতহে লগাব বিচাৰিছে নেকি? অসম তথা উত্তৰ-পূবৰ দক্ষ মানুহক সুযোগ নিদিয়াৰ এয়া আন এটা নমুনা নহয়নে?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd