DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; নাৱত উঠি উদ্যান দৰ্শন

উত্তম শইকীয়া by উত্তম শইকীয়া
July 20, 2020 5:10 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

476
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰীৰ পিছতে আজি প্লাবিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ 

কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক লগত লৈ আজি কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ মিহিমুখৰ কাঠপৰা দৰ্শন চূড়াৰ সমীপৰ পৰা যন্ত্ৰ চালিত নাৱত উঠি তেওঁ প্লাবিত কাজিৰঙা দৰ্শন কৰে।

কহঁৰা বনাঞ্চলৰ মিহিমুখৰ পৰা কাঠপৰা দৰ্শন চূড়ালৈ জীপচিৰে গৈ থকা অৱস্থাত পথৰ ওপৰত থকা এটা গঁড়ে পথ অৱৰোধ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক।

বনকৰ্মীয়ে গঁড়টো আঁতৰাই পথ মুকলি কৰাৰ পাছতহে মন্ত্ৰীৰ কনভয় কাঠপৰালৈ যাবলৈ সক্ষম হয়।

কাঠপৰা দৰ্শন চূড়াৰ সমীপৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী আৰু বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱ আৰু কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰসহ বিভাগীয় যন্ত্ৰ চালিত নাৱেৰে বাগৰি বনাঞ্চললৈ যাত্ৰা কৰে৷

বাগৰি বনাঞ্চললৈ যোৱাৰ পথত তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুলনি আৰু বৰবিল বন শিৱিৰ পৰিদৰ্শন কৰি বনকৰ্মীৰ লগত মত বিনিময় কৰে৷

বনকৰ্মীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ বোৰ পৰীক্ষা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনকৰ্মীয়ে ব্যৱহাৰ কৰি থকা পুৰণি অস্ত্ৰবোৰ সলনি কৰি থকা হৈছে বুলি মন্তব্য কৰাৰ লগতে শেষতীয়াকৈ নিৰ্মাণ কৰা কাজিৰঙা ৰাষ্টীয় উদ্যানৰ হাইলেণ্ড সমূহে বানাক্ৰান্ত বন্যপ্ৰাণীৰ বাবে সহায়ক হৈছে বুলিও তেওঁ কয়।

পৰিদৰ্শন কালত বন বিষয়াৰে হোৱা আলোচনাৰ কালত হিমন্ত বিশ্ব শৰ্মাই উপযুক্ত আঁচনি গ্ৰহন কৰিলে কেন্দ্ৰই অসমৰ বান সমস্যাৰ বাবে পুঁজি যোগান ধৰিব বুলি মন্তব্য কৰে৷

নৌকা ভ্ৰমনৰ পাছত বাগৰি বনাঞ্চলৰ সমীপৰ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা পৰিচালিত লা ভিউ নামৰ পৰ্যটন আৱাসত এক সংবাদ মেলতো অংশ লয় মন্ত্ৰী শৰ্মা৷

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd