DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিষয় চীন: ৰাহুল গান্ধীক নেহৰুৰ কথা মনত পেলাই দিলে হিমন্ত বিশ্ব শৰ্মাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 21, 2020 5:08 pm
Himanta Biswa Sarma slams Rahul Gandhi for making spelling error while criticizing PM Modi
13.9k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চীনৰ সৈতে চলিত সীমা বিবাদ প্ৰসংগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি অহা ৰাহুল গান্ধীক সোঁৱৰাই দিলে জৱাহৰলাল নেহৰুৰ কথা।

কংগ্ৰেছ নেতা গান্ধীয়ে মোদীয়ে চীনৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি সমালোচনা কৰি টুইট কৰিছিল।

বিপৰীতে অসমৰ মন্ত্ৰী শৰ্মাই টুইট কৰে, “‘আত্মসমৰ্পণ কৰাটো গান্ধী-নেহৰু পৰিয়ালৰ হলমাৰ্ক।”

শৰ্মাই কয় যে ১৯৬২ চনত অসমখন পণ্ডিত নেহৰুৱে চীনক প্ৰায় এৰি দিছিল।

“যেতিয়া চীনা সৈন্যই ব’মডিলা অধিকাৰ কৰিছিল তেতিয়া নেহৰুৱে কৈছিল ‘My heart goes out to people of Assam’,” শৰ্মাৰ টুইট।

ইফালে প্ৰধান মন্ত্ৰী মোদীক সমালোচনা কৰিবলৈ গৈ Surrender শব্দৰ বানান ভুলকৈ লিখাক লৈয়ো গান্ধীক শৰ্মাই সমালোচনা কৰে।

“ৰাহুল গান্ধী, আপুনি ইমান হতাশ হৈছে যে আপুনি বানান শুদ্ধকৈ লিখিব পৰা নাই,” বিজেপি নেতা শৰ্মাই কয়।

Mr @RahulGandhi -You’re so exasperated you can’t even spell correctly!

And surrendering has been hallmark of Gandhi-Nehru family. In 1962, Assam was almost given away by Pt Nehru. When Chinese Army had captured Bomdila, Nehru said, “My heart goes out to people of Assam.” Shame https://t.co/Tc13FuVgcc

— Himanta Biswa Sarma (@himantabiswa) June 21, 2020

Surrender শব্দক Surender বুলি লিখাৰ পিছতে বিজেপি নেতাৰ পৰা আৰম্ভ কৰি সমৰ্থকলৈকে বহু লোকে ৰাহুল গান্ধীক সমালোচনা কৰিছে।

আনকি #SurenderModiএ ভাৰতত বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙৰ শীৰ্ষস্থান দখল কৰিছে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd