• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে হিমন্ত বিশ্ব শৰ্মাই; আন ১৩জন মন্ত্ৰীয়েও ল’লে শপত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 12:07 pm
WhatsApp Image 2021-05-10 at 12.42.25 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰোৱায়।

Apply Now

ইয়াৰ পূৰ্বে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পৰিয়ালৰ সৈতে গৈ কলাক্ষেত্ৰত উপস্থিত হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আজি আন কেইবাগৰাকী বিধায়কেও নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ অনুষ্ঠানত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা, নিৰ্বাচিত দলীয় বিধায়ক তথা বিৰোধী দলৰ বিধায়কো উপস্থিত থাকে।

মুখ্যমন্ত্ৰীৰ পাছতে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে।

ৰঞ্জিত কুমাৰ দাসৰ পাছতে শপত গ্ৰহণ কৰে অগপৰ ৰাজ্যিক সভাপতি তথা পূৰ্বৰ চৰকাৰখনৰ কৃষি মন্ত্ৰী অতুল বৰাই।

ইয়াৰ পাছতে শপত গ্ৰহণ কৰে ইউপিপিএলৰ উৰ্খাও গৌৰা ব্ৰহ্মই। ব্ৰহ্মই বড়ো ভাষাত শপত লয়।

ব্ৰহ্মৰ পাছতে পূৰ্বৰ চৰকাৰৰ আবকাৰী মন্ত্ৰী বৰাকৰ বিজেপি নেতা পৰিমল শুক্লবৈদ্যই শপত গ্ৰহণ কৰে। শুক্লবৈদ্যই বাংলাত শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ কৰে পূৰ্বৰ চৰকাৰখনৰ উদ্যোগ তথা পৰিৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

পাটোৱাৰীৰ পাছতে শপত ল’লে অগপৰ কাৰ্যকৰী সভাপতি তথা পূৰ্বৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

ইয়াৰ পাছতে মন্ত্ৰী হিচাপে শপত ল’লে টিএমপিকেৰ নেতা বিধায়ক ডাঃ ৰণোজ পেগুৱে।

ডাঃ ৰণোজ পেগুৰ পাছতে মন্ত্ৰী হিচাপে শপত ল’লে সঞ্জয় কিষানে।

এইবাৰ পুনৰ নতুন মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে যোগেন মহনে। পূৰ্বৰ চৰকাৰখনত মহন  স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী আছিল।

শপত গ্ৰহণ কৰিলে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিলৈ আহি বিধানসভালৈ নিৰ্বাচিত হোৱা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে।

ইয়াৰ পাছতে শপত ল’লে ঢেকিয়াজুলিৰ বিজেপি বিধায়ক অশোক সিংঘালে। সিংঘালে ইংৰাজীত শপত বাক্য পাঠ কৰে।

এইবাৰ মন্ত্ৰীসভাত পুনৰ মন্ত্ৰী হিচাপে শপত ল’লে পূৰ্বৰ চৰকাৰত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা পীযুষ হাজৰিকাই।

প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত টিংখাং সমষ্টিৰ বিজেপি বিধায়ক বিমল বৰাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিমল বৰা বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি আজি ১৩জন বিধায়কে নতুন মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd