• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শপত গ্ৰহণৰ পূৰ্বে কামাখ্যা,দৌল গোবিন্দ, শ্ৰীশ্ৰী ঈশ্বৰহাটী সত্ৰত আশিস ল’লে হিমন্ত বিশ্ব শৰ্মাই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 10, 2021 11:28 am
Himanta in Kamakhya

কামাখ্যাত উপস্থিতি হোৱাৰ সময়ত হিমন্ত বিশ্ব শৰ্মা। ফটো: ফেচবুক।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে আজি পুৱাই শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰহাটী সত্ৰত উপস্থিত হৈ আশীৰ্বাদ লয় হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পিছতে হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত। মন্দিৰ দৰ্শন কৰি নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি প্ৰাৰ্থনা জনায় ৷

Apply Now

সকলোৰে দিনবোৰ সুখময়, সমৃদ্ধিময় হোৱাৰ কামনা কৰে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে।

183517619_10158489155583983_4561127707875789121_n
দৌল গোবিন্দ মন্দিৰত নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো: টুইটাৰ।

আনহাতে, নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা পীঠত উপস্থিত হৈ মা কামাখ্যাৰো আশিস গ্ৰহণ কৰে।

শপত গ্ৰহণৰ পূৰ্বে এইদৰে আজি পুৱাই নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে সত্ৰ-মন্দিৰত প্ৰাৰ্থনা জনোৱা দেখা গ’ল।

উল্লেখ্য যে আজি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১২বজাত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব।

শপতগ্ৰহণ অনুষ্ঠানত চুবুৰীয়া ৪খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। শপত গ্ৰহণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও উপস্থিত থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd