• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্তৰ আত্মশ্লাঘা! : নিজে সংবাদমেল পাতি নিজৰেই চাৰ্টিফিকেট দিলে মন্ত্ৰী হিমন্তই!

‘টিআৰপি’ মানেই হিমন্ত! নিজৰ ফেইচবুক আৰু টুইটাৰ একাউন্টৰ ‘টি.আৰ.পি’ক লৈ গুণগান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 2, 2020 7:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষা বিভাগৰ কেতবোৰ গুৰুত্বপূৰ্ণ কথা তথা ঘোষণাৰ বাবে আয়োজন কৰা সংবাদমেলত নিজৰ ঘোষণা শেষ কৰি সাংবাদিকৰ প্ৰশ্নোত্তৰ কালত নিজৰেই গুণ-গান গোৱা আৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাতৰিটোৰ আৰম্ভণিতে আমি এটা কথা কৈ লওঁ যে এজন দক্ষ বা প্ৰতাপী মন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফেন অথবা ফল’ৱাৰ বহুত আছে সেই কথা স্বীকাৰ কৰিবলগীয়া।

Apply Now

কিন্তু সেইগৰাকী মন্ত্ৰীয়ে নিজৰ টিআৰপিৰ কথা সংবাদমেলত উল্লেখ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি টেলিভিশ্যন চেনেলৰ টিআৰপি আৰু পেপাৰৰ টিআৰপিৰ সৈতে নিজৰ ফেইচবুক পেইজৰ জনপ্ৰিয়তা তুলনা কৰি নিজৰ গুণানুকীৰ্তন কৰাত ব্যস্ত হৈ পৰিল মন্ত্ৰীগৰাকী। তেওঁৰ কথাৰ পৰা এনে লাগিল যেন টিআৰপি মানেই হিমন্ত বিশ্ব শৰ্মা।

নিজৰ গুণানুকীৰ্তন কৰি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয় ‘মই একো একোটা টুইট দিলে অসমৰ বিভিন্ন ঠাইৰ ১৬০০-১৮০০ মানুহে পঢ়ে। এটা এটা ফেচবুক পোষ্ট দিলে ২০,০০০ মানুহে পঢ়ে। এই প্ৰেছ কনফাৰেন্সখনৰ ফেচবুক লাইভ ২ লাখ মানুহে চাই আছে।‘

‘আপোনালোকৰ টিভি পেপাৰৰ টিআৰপি মোৰ ফেইচবুক টুইটাৰৰ তুলনাত ডাউন হৈ গৈছে। গতিকে কোনে দুখ নকৰিব কওঁক।‘ টেলিভিশ্যন নিউজপেপাৰৰ জনপ্ৰিয়তাৰ সৈতে নিজৰ জনপ্ৰিয়তা তুলনা কৰি সংবাদ মাধ্যমক তুচ্ছ-তাচ্ছিল্য কৰি হিমন্তই এইদৰে কয়।

তাতে ক্ষান্ত নাথাকি মন্ত্ৰীগৰাকীয়ে এইবাৰ নিজৰ টুইটাৰ একাউন্টৰ ফ’ল’ৱাৰৰ হিচাপ দিবলৈ আৰম্ভ কৰিলে। যোৱা ২ মাহ অৰ্থাৎ অসমত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰে পৰা তেওঁৰ ফ’ল’ৱাৰ বৃদ্ধি পোৱা বুলিও আওপকীয়াকৈ উল্লেখ কৰে। আনকি শিল্পীতকৈয়ো তেওঁৰ ঘোঁৰা আগত দৌৰি আছে বুলি দাম্ভিকতাৰে উল্লেখ কৰে।

তেওঁ কয় ‘যোৱা ২ মাহত দুই লাখ মানুহ মোৰ টুইটাৰত যোগ হৈছে। অসমৰ দৰে সৰু ৰাজ্যত কলা শিল্পী সকলোতকৈ মোৰ ঘোঁৰা আগত দৌৰি আছে। এয়া কোনো ৰাজনীতি নহয় এয়া মাথো জনসেৱাৰ ফল।‘

তেওঁ কৰা এনেবোৰ মন্তব্যৰ পৰা এতিয়া সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে ‘নিজৰ জনপ্ৰিয়তা অধিক পৰিমাণে বৃদ্ধি কৰিবলৈহে তেওঁ কোভিড যুদ্ধত অৱতীৰ্ণ হৈছে নেকি? বা কোভিড-১৯ ৰ পৰিস্থিতিয়ে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিলে নেকি?

আনহাতে, একেখন সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে স্বভাৱ সূলভভাৱে সংবাদ মাধ্যমক তুচ্ছ-তাচ্ছিল্য কৰিবলৈ আৰম্ভ কৰে।

ৰাজ্যৰ সংবাদ মাধ্যমসমূহক ‘ক’ৰ’ণা বেমাৰেই নহয় বুলি কোৱা গোটেইকেইটা হাস্পতালত আহিলে। যিকেইটা টিভিয়ে নিউজ কৰিলে গোটেইকেইটাৰে সাংবাদিক ক’ৰ’না চেন্টাৰত সোমাই গ’ল।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd