DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিডৰ সময়ত নিবিদা আহ্বানকলৈ শিৱসাগৰ পৌৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 24, 2021 5:32 pm
Sibsagar photo
195
VIEWS
Share on FacebookShare on Twitter

ক’ভিড পৰিস্থিতিৰ সময়ত শিৱসাগৰ পৌৰসভাৰ হঠকৰী সিদ্ধান্ত। কাৰ্ফিউৰ মাজতে নিবিদা আহ্বানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সষ্টি হৈছে শিৱসাগৰত।

এই নিবিদা প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী জনাইছে হিন্দু ফেডাৰেচনে।

উল্লেখ্য যে অহা ২৮ জুনত শিৱসাগৰ পৌৰসভাই কেন্দ্ৰীয় বজাৰ, নতুন বজাৰ, শুকুৰবৰীয়া বজাৰ, দেওবৰীয়া বজাৰ, দুচকীয়া-চাৰিচকীয়া বাহন, ডাঙৰ গাড়ীৰ পাৰ্কিং, চাইকেল গেৰেজ আদিৰ নিবিদাৰ আহ্বান কৰিছিল।

কিন্তু শিৱসাগৰত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ বাবে দুপৰীয়া ১২ বজাত কাৰ্ফিউ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

এই কাৰ্ফিউৰ মাজতে শিৱসাগৰ জিলা প্ৰশাসন তথা পৌৰ প্ৰশাসনে  বজাৰ তথা পাৰ্কিংৰ নিবিদা আহ্বান কৰাকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শিৱসাগৰত।

পৌৰসভাই আহ্বান কৰা এই নিবিদা প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ দাবী জনাই আজি শিৱসাগৰ জিলা উপায়ুক্তক স্মৰকপত্ৰ প্ৰদান কৰে হিন্দু ফেডাৰেচনে।

আনহাতে, শিৱসাগৰ পৌৰ সভাই আহ্বান জনোৱা বিভিন্ন নিবিদা প্ৰক্ৰিয়াসমুহ স্থাগিত ৰাখিবলৈ ইতিপূৰ্বে বহু দল-সংগঠন তথা ব্যক্তি বিশেষে জিলা প্ৰশাসন আৰু পৌৰ প্ৰশাসনক অনুৰোধ জনাইছিল যদিও প্ৰশাসনে কোনোধৰণৰ গুৰত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd