• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Satyaranjan Bora ‘মহাত্মা গান্ধীৰ অহিংসা নীতিয়ে ভাৰত স্বাধীন কৰা নাছিল’; ইছলামৰ বিৰুদ্ধে কি অভিযোগ সত্যৰঞ্জনৰ?

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
November 16, 2021 2:43 pm
Saityaranjan Bora

গোলাঘাটত মঙলবাৰে সত্যৰঞ্জন বৰা। ফটো: নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Satyaranjan Bora ‘’ভাৰতত ইছলাম ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব গোলাঘাটৰ পৰা। মোক যুক্তি-তৰ্কৰ বাবে মুখামুখি প্ৰত্যাহ্বান দিয়া মুছলমান সংগঠন আৰু আমছু আজি পলাল। মহাত্মা গান্ধীৰ অহিংসা নীতিয়ে ভাৰত স্বাধীন কৰা নাছিল। মহাত্মা গান্ধীক সমৰ্থন নকৰাৰ বাবেই মই কংগনা ৰানাৱটক পূৰ্ণ সমৰ্থন কৰিছোঁ।‘’

গোলাঘাটত ডা ডাৰ্ক ৱৰ্ল্ড পাব্লিকেচনৰ “নিজামুদ্দিন আৰু কাল কৰোনা”শীৰ্ষক গ্ৰন্থ উন্মোচন কৰিবলৈ আহি পুনৰ বিতৰ্ক হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ।

‘’ইছলামপন্থী “চৈয়দ আব্দুল মালিক”। উৰ্দু ভাষা আৰু মুছলিম লীগেৰে সম্পৰ্ক আছিল চৈয়দ আব্দুল মালিকৰ। চৰিত্ৰত সন্দেহ থকা বাগদাদী তালিবানী “আজান ফকীৰ”ৰ চুহুংমুং ৰজাই চকু কাঢ়িছিল। আজান ফকীৰৰ ৰচিত জিকিৰৰ ভাষা ইমান আধুনিক কেনেকৈ হ’ল? চৈয়দ আব্দুল মালিকেহে জিকিৰৰ প্ৰচাৰ কৰিছিল। গতিকে,তালিবানী আজান ফকীৰৰ জিকিৰ লিখাৰ কোনো প্ৰমাণ নাই। সত্যৰঞ্জন কাঠঘড়াত যোৱা মানে কোৰাণ কাঠঘড়াত যোৱা।‘’

Apply Now

বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ জন্মভূমি গোলাঘাটত উপস্থিত হৈ পুনৰ এই ইছলাম বিৰোধী বিস্ফোৰণ বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ।

Also Read: Students run to the Govt. Schools ভাল খবৰ: লকডাউনেই আশীৰ্বাদ হল চৰকাৰী বিদ্যালয়ৰ বাবে! পুনৰ সোঁত বৈছে শিক্ষাৰ্থীৰ

কোৰান আৰু ইছলাম ধৰ্মক একপ্ৰকাৰ তুচ্ছ-তাচ্ছিল্য কৰি গোলাঘাটৰ পৰাই ভাৰতত ইছলাম ধ্বংসৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ হুংকাৰ দিলে হিন্দুত্ববাদী নেতা গৰাকীয়ে।

গোলাঘাটৰ পৰাই একাংশ মূছলমান নেতা আৰু আমছুৱে হুংকাৰ দিছিল সত্যৰঞ্জন বৰাক। মুকলি প্ৰত্যাহ্বান দিয়াৰ পাছতো যুক্তি-তৰ্কৰ বাবে সত্যৰঞ্জন বৰাৰ ওচৰত আহি উপস্থিত নোহোৱাৰ বাবেই আমছুক পলৰীয়া আখ্যা দিয়ে সত্যৰঞ্জনে। ‘বাবৰক আদৰ্শ হিচাপে মনা’ ইছলামে ভাৰতৰ সংবিধানকো অমান্য কৰাৰ অভিযোগ সত্যৰঞ্জনৰ।

‘’মাজুলী আৰু ধেমাজিৰ পৰা শংকৰদেৱক খেদি পঠিওৱা অসমীয়াই, মাধৱদেৱক পাহৰি শংকৰ-আজানৰ কথা কোৱা অসমীয়াই আজি জনা উচিত যে আমেৰিকা, ফ্ৰান্স, জাপানত মানুহে হিন্দু ধৰ্ম এনেয়েই গ্ৰহণ কৰা নাই।‘’

Also Read: Mahatma Gandhi ভাৰতে উপহাৰ দিয়া গান্ধীৰ মূৰ্তি ভাঙি চূৰমাৰ; ঘটনাৰ গৰিহনা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

মুঠৰ ওপৰত এইদৰে একাধিক অভিযোগেৰে ইছলাম ধৰ্ম আৰু ইছলামিক আদৰ্শক তুচ্ছ-তাচ্ছিল্য কৰে সত্যৰঞ্জনে।

ইপিনে, স্বৰচিত “নিজামুদ্দিন আৰু কাল কৰোনা” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি একেই সুৰত সুৰ মিলালে লিখক অমল চন্দ্ৰ কোঁৱৰে। 

মীনাক্ষী ফুকন, গোলাঘাট

মীনাক্ষী ফুকন, গোলাঘাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd