• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰসংঘত পাকিস্তানক তুলাধুনা দিলে ভাৰতে! : কিন্তু কিয়? জানিবলৈ পঢ়ক…

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 8:48 pm
index
620
VIEWS
Share on FacebookShare on Twitter

সন্ত্ৰাসবাদ আৰু সংখ্যালঘু নিৰ্যাতনকলৈ পাকিস্তানক ৰাষ্ট্ৰসংঘৰ মজিয়াত তুলাধুনা দিলে ভাৰতে।

মংগলবাৰে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত প্ৰতিৱেশী দেশখনক সন্ত্ৰাসবাদৰ বাসভূমি বুলিও দাবী কৰিছে নতুন দিল্লীয়ে।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ ৪৫ সংখ্যক অধিৱেশনত ভাৰতৰ প্ৰতিনিধিয়ে কয় “সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দু পাকিস্তান। সেই দেশত হিন্দু, শিখ আৰু খ্ৰীষ্টান নিপীড়িত হৈছে। দেশখনত সংখ্যালঘুসকলৰ মানৱাধিকাৰ বুলি একোৱে নাই। পাকিস্তানে জম্মু আৰু কাশ্মীৰত ভাৰতে মানৱাধিকাৰ উলংঘন কৰা বুলি কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।”

ভাৰতৰ প্ৰতিনিধিয়ে গৰাকী আৰু কয় “যিখন দেশে নিজৰ সংখ্যালঘুসকলৰ অধিকাৰ কাঢ়ি নিছে, সেইখন দেশে ভাৰতকে নহয় কোনো দেশকে এই উপদেশ দিয়াৰ অধিকাৰ নাই।”

পাকিস্তানত ধৰ্মীয় আইন অৱমাননা কৰাৰ লগতে জোৰকৈ ধৰ্মান্তৰিত কৰা, গুপ্তহত্যা, গোষ্ঠী সংঘৰ্ষ আৰু ধৰ্ম ভিত্তিক বৈষম্যক আধাৰৰূপে লৈ দেশখনত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাই আহিছে বুলি ভাৰতীয় প্ৰতিনিধি গৰাকীয়ে অভিযোগ কৰে।

উল্লেখ্য যে বেলুচিস্তানত পাক সেনাই অত্যাচাৰ কৰাৰ প্ৰসংগ ৰাষ্ট্ৰসংঘত উত্থাপন কৰি পাকিস্তান তুলাধুনা দিলে ভাৰতে।

পাকিস্তানে সাংবাদিক আৰু বিৰোধী পক্ষৰ মুখ বন্ধ কৰা বুলি অভিযোগ কৰি ভাৰতে লগতে কয় যে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত পাকিস্তানে ভাৰতৰ বিষয়ে প্ৰশ্ন কৰাৰ কোনো অধিকাৰেই নাই।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd