• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

একৈশ বছৰ পুৰণি গোচৰত ঐতিহাসিক ৰায় আদালতৰ: সন্তুষ্টি প্ৰকাশ মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2022 2:23 pm
Dibyajyoti Saikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোচৰৰ ২১ টা বছৰ অতিক্ৰম কৰাৰ পিছত অসমৰ এখন আদালতে এই গোচৰ সন্দৰ্ভত কৰিছে এক ঐতিহাসিক ৰায়দান। বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে আজি ২১ বছৰ পূৰ্বে সংঘটিত চিৰাং জিলাৰ বান্দুগুৰি গাঁৱৰ ডাইনীকাণ্ডৰ অভিযুক্ত সকলক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

বিজনী অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ এই ঐতিহাসিক ৰায়দানকলৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱ অধিকাৰ কর্মী তথা অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতামূলক অভিযান চলাই অহা ড৹ দিব্যজ্যোতি শইকীয়াই।

Apply Now

আদালতৰ ৰায়ৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড৹ শইকীয়াই বহু পলমকৈ হলেও নিৰ্যাতিত নিৰীহ পৰিয়ালটিয়ে ন্যায় লাভ কৰাত সন্তুষ্টি লাভ কৰা বুলি মন্তব্য কৰে।

উল্লেখ্য যে ড৹ দিব্যজ্যোতি শইকীয়াই ২০০৮ চনৰ পৰা ডাইনীৰ নামত অত্যাচাৰ তথা হত্যাকাণ্ড ৰোধ কৰাৰ বাবে এখন কঠোৰ আইন প্ৰণয়নৰ দাবী জনাই আহিছিল। বিভিন্ন সময়ত তেওঁ এনে আইনৰ প্ৰাসঙ্গিকতাৰ সন্দৰ্ভত সজাগতামূলক কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে।

ৰাজ্য চৰকাৰে ২০১৮ বর্ষত “দ্যা আসাম ৱিতস হ্যানটিং পি পি পি এক্ট ২০১৫” নামেৰে এখন কঠোৰ আইন প্ৰণয়ন কৰে। এই আইনৰ আধাৰতে আজি এটা ঐতিহাসিক ৰায় ন্যায়ালয়ে প্ৰদান কৰে।

ড৹ দিব্যজ্যোতি শইকীয়াই কয় যে ন্যায়ালয়ে উচিত ৰায় প্ৰদান কৰাৰ ফলত অদূৰ ভৱিষ্যতে এনেধৰণৰ ডাইনীৰ নামত জঘন্য ঘটনা সংঘটিত কৰিবৰ বাবে কোনো লোকে সাহস নকৰিব। তেখেতে লগতে উক্ত আইন সন্দৰ্ভত অধিক প্ৰচাৰ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায়।

উল্লেখ্য যে ২১ বছৰ পূৰ্বে বান্দুগুৰী গাঁৱত ডাইনীৰ নামত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড। ডাইনীৰ নামত একেটা পৰিয়ালৰে তিনিজনকৈ লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল।

এই জঘন্য ঘটনাৰ লগত জড়িত আছিল ১২ জনকৈ লোক। অৱশেষত ২১ বছৰৰ পিছত এই জঘন্য ঘটনাৰ লগত জড়িত সকলক শাস্তি প্ৰদান কৰা হ’ল। ২১ বছৰ পূৰ্বে ডাইনীৰ নামত হত্যা কৰা হৈছিল একেটা পৰিয়ালৰ গাংগুলী বসুমতাৰী, মালাৰাম বসুমতাৰী আৰু পানীৰাম বসুমতাৰীক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd