• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, February 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সেনাবাহিনীৰ গুলীত থকাসৰকা শিৰৰ মূল্য ১২ লাখ টকা ধাৰ্য্য কৰা হিজবুল কামাণ্ডাৰ ৰিয়াজ নাইকো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 6, 2020 7:33 pm

1 min read

সেনাবাহিনীৰ গুলীত থকাসৰকা শিৰৰ মূল্য ১২ লাখ টকা ধাৰ্য্য কৰা হিজবুল কামাণ্ডাৰ ৰিয়াজ নাইকো

ৰিয়াজ নাইকো

4.2k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত সেনা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদিনৰ শীৰ্ষস্থানীয় কামাণ্ডাৰ ৰিয়াজ নাইকোৰ মৃত্যু হয়।

সেনা বাহিনীৰ গুলীত মৃত্যু হোৱা ৰিয়াজ নাইকোৰ মুৰৰ বিনিময়ত ১২ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল।

মঙলবাৰে নিশাৰ পৰা আৰম্ভ হোৱা সন্ত্ৰাসবাদীৰ সৈতে সেনা বাহিনীৰ সংঘৰ্ষ সেনা বাহিনীৰ জেষ্ঠ বিষয়াই বিস্তৃতভাৱে পৰ্যালোচনা কৰিছে।

ইয়াৰ পূৰ্বে সংঘৰ্ষপীড়িত অঞ্চলটোত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছিল যাতে লুকাই থকা সন্ত্ৰাসবাদী কেইজনে কোনোধৰণৰ তথ্য লাভ কৰিব নোৱাৰে।

৫ মে’ত আন এগৰাকী দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ সেনাবাহিনীৰ গুলীত মৃত্যু হৈছিল।

কাশ্মীৰত পাকিস্তান সমৰ্থনপুষ্ট সন্ত্ৰাসবাদীৰ আক্ৰমণত পাঁচজনকৈ সুৰক্ষা বাহিনীৰ জোৱান শ্বহীদ হৈছিল।

আজি সেনা বাহিনীৰ হাতত মৃত্যু হোৱা হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ ৰিয়াজ নাইকোৱে দীৰ্ঘদিনৰ পৰা কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্য্যকলাপ চলায় আহিছিল।

Recent News

মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰক লৈ চাঞ্চল্য! ক’ত?

মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰক লৈ চাঞ্চল্য! ক’ত?

‘‘চীনে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাৰ্থক লৈ আপোচ কৰিব’’ : ৰাহুল গান্ধী

‘‘চীনে জানে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাৰ্থক লৈ আপোচ কৰিব’’ : ৰাহুল গান্ধী

index

কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰজোঁটৰ হৈ অসমত নিৰ্বাচন খেলিব আৰজেডি-এ : চাহ-বাগিচা, হিন্দীভাষী ভোটাৰক লক্ষ্য!

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

চিনেমা নহয়, এইবাৰ প্ৰদৰ্শিত হ’ব চলমান খানে অঁকা পেইণ্টিংছ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd