১ মে’ৰ পৰা বিলুপ্ত হ’ব নেকি FASTag ব্যৱস্থা? বাহনৰ টোল সংগ্ৰহ সন্দৰ্ভত কি জনালে কেন্দ্ৰই?
এতিয়া সমগ্ৰ দেশৰ টোল প্লাজাসমূহত FASTag ৰ জৰিয়তে টোল সংগ্ৰহ কৰা হয়। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভ্ৰান্তি বিয়পি পৰিছে যে...
Read moreDetailsএতিয়া সমগ্ৰ দেশৰ টোল প্লাজাসমূহত FASTag ৰ জৰিয়তে টোল সংগ্ৰহ কৰা হয়। বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বিভ্ৰান্তি বিয়পি পৰিছে যে...
Read moreDetailsছ’চিয়েল মিডিয়াত এটা পোষ্ট ‘লাইক’ আৰু ‘শ্বেয়াৰ’ৰ মাজত পাৰ্থক্য কি? শেহতীয়া এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই বিষয়টো স্পষ্ট কৰিছে...
Read moreDetails১৯ এপ্ৰিলত বেইজিঙে য়িঝুৱাং হাফ মাৰাথনৰ জৰিয়তে ইতিহাস ৰচনা কৰে। প্ৰথমবাৰৰ বাবে ৰবট আৰু মানৱ দৌৰবিদৰ মাজত হাফ মাৰাথন সফলতাৰে...
Read moreDetailsঅসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্নকাকত ধনৰ বিনিময়ত ফাদিল কৰাৰ অভিযোগত শুকুৰবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে...
Read moreDetailsচিকিৎসকসকলে চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ মহলাৰ প্ৰৱেশ পৰীক্ষা দুটা বেলাত অনুষ্ঠিত কৰা পদ্ধতি বাতিল কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ওচৰত আহ্বান জনাইছে,...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd