Latest Post

বিচ্ছেদৰ জল্পনাত নতুন ইন্ধন! ইনষ্টাগ্ৰামত ইজনে-সিজনক আনফ’ল’ কৰিলে ছাৰা আৰু শুভমনে?

২০২০ চনৰ পৰা বিভিন্ন ছবি আৰু মন্তব্য দেখি তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কই চৰ্চা লাভ কৰিছিল। শুভমন গিল আৰু ছাৰা টেণ্ডুলকাৰৰ প্ৰেমৰ...

Read moreDetails

অবৈধ অনুপ্ৰৱেশকাৰী বিতাড়ন প্ৰক্ৰিয়াত স্থগিতাদেশ আমেৰিকাৰ

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ভেনিজুৱেলাৰ পৰা অবৈধভাৱে অনুপ্ৰৱেশ কৰা এটা দলৰ বিতাড়ন প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত ৰাখিছে। ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে...

Read moreDetails

চলন্ত গাড়ীতে ধৰ্ষণৰ চেষ্টা, প্ৰতিবাদ কৰাত ডিঙিত ছুৰীকাঘাত কৰি হত্যা বিউটিচিয়ানক

চলন্ত গাড়ীতে এগৰাকী বিউটিচিয়ানক ধৰ্ষণৰ চেষ্টা লক্ষ্ণৌত। বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে ডিঙিত ছুৰীৰে আঘাত কৰা হয়। তেওঁৰ ভগ্নীকো ধৰ্ষণৰ...

Read moreDetails

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ৰ পিছতো কুলভূষণ জাদৱে নাপালে আপীলৰ অধিকাৰ! কি ক’লে পাকিস্তানে?

পাকিস্তানৰ দাবী অনুসৰি, ২০১৬ চনত বেলুচিস্তানৰ ইৰাণৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ জাদৱক চোৰাংচোৱাগিৰিৰ সন্দেহত গ্ৰেপ্তাৰ কৰা...

Read moreDetails
Page 2115 of 15101 1 … 2,114 2,115 2,116 … 15,101

Recommended

Most Popular