• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২৮ মে’ত সাভাৰকাৰ জয়ন্তীত নতুন সংসদ ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে; প্ৰচাৰত ব্যস্ত বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2023 10:23 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ দেওবাৰে উদ্বোধন কৰিব নৱনিৰ্মিত সংসদ ভৱন। সেইদিনা হিন্দুত্ববাদী আদৰ্শৰ নেতা বিনায়ক দামোদৰ সাভাৰকাৰ চমুকৈ বীৰ সাভাৰকাৰৰ ১৪০ সংখ্যক জয়ন্তী।লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি তেওঁ নতুন সংসদ ভৱন উদ্বোধনৰ আহ্বান জনায় বুলি লোকসভা সচিবালয়ে প্ৰকাশ কৰিছে।

নতুন সংসদ ভৱনত ৮৮৮ জন আৰু ৰাজ্যসভাত ৩০০ জন সদস্য একেলগে বহিব পাৰিব। দুয়োটা সদনৰ যৌথ অধিৱেশনৰ সময়ত লোকসভাৰ ১২৮০জন সদস্যক একেলগে বহিবলৈ দিয়া হ’ব।

লগতে পঢ়ক: উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা সহকাৰী কৰ আয়ুক্ত মিনাক্ষীৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ১০ ডিচেম্বৰত নতুন লোকসভা ভৱনৰ আধাৰশিলা স্থাপন কৰে। লোকসভা সচিবালয়ে কয় যে, মান বজাই ৰাখি অভিলেখ সময়ত নতুন সংসদ ভৱন নিৰ্মাণ কৰা হৈছে। কাম সোনকালে সম্পূৰ্ণ হৈ উঠিল।

বৰ্তমানৰ সংসদ ভৱনটো ১৯২৭ চনত ব্ৰিটিছ যুগত নিৰ্মাণ কৰা হৈছিল। এই সংসদ ভৱনটো বৰ্তমান ৯৬ বছৰ পুৰণি। বৰ্তমানৰ লোকসভা ভৱন ভাৰতৰ দীৰ্ঘ ইতিহাসৰ সাক্ষী। এই সংসদ ভৱনত দেশৰ স্বাধীনতা দেখা গ’ল। সংবিধান গ্ৰহণৰ সাক্ষীও এই সংসদ ভৱন।

টাটা প্ৰজেক্টছ লিমিটেডে নিৰ্মাণ কৰা এই নতুন ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে গ্ৰেণ্ড কনষ্টিটিউচন হল, সংসদ সদস্যৰ বাবে লাউঞ্জ, পুথিভঁৰাল, একাধিক কমিটি কক্ষ, খাদ্য গ্ৰহণ কৰা ঠাই আৰু প্ৰচুৰ পাৰ্কিং স্থান থাকিব। ত্ৰিকোণীয় আকৃতিৰ চাৰিমহলীয়া অট্টালিকাটোৰ বিল্ড আপ এলেকা ৬৪৫০০ বৰ্গমিটাৰ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে একো নাজানে! হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাৰ ক’লা অধ্যায়!

নতুন ভৱনটোত তিনিখন দুৱাৰ আছে – জ্ঞান দুৱাৰ, শক্তি দুৱাৰ, কৰ্ম দুৱাৰ। সাংসদ, ভিআইপি আৰু দৰ্শনাৰ্থীৰ বাবে সুকীয়া প্ৰৱেশদ্বাৰ। বিষয়াসকলে কয় যে নতুন সংসদ ভৱনত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। মোডী চৰকাৰে আনুমানিক ৯৭০ কোটি টকা ব্যয় কৰি চাৰি মহলীয়া সংসদ ভৱনটো নিৰ্মাণ কৰিছে।

নতুন সংসদ ভৱনকলৈ কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীক তীব্ৰ সমালোচনা কৰি কয় যে সেয়া মোডীৰ ব্যক্তিগত ভ্যানিটি প্ৰজেক্ট। জয়ৰাম ৰমেশে টুইট কৰি কয়, ‘নতুন সংসদ ভৱনৰ একমাত্ৰ স্থপতিবিদ, ডিজাইনাৰ আৰু কৰ্মী, যিয়ে ২৮ মে’ত উদ্বোধন কৰিব।’ .

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনৰ ডিচেম্বৰ মাহত নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰে। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ ৯ বছৰৰ উপলক্ষে সমগ্ৰ দেশৰ সকলো লোকসভা সমষ্টিতে বিজেপিয়ে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। এমাহৰ বাবে এই প্ৰচাৰ চলাব বিজেপিয়ে। নতুন সংসদ ভৱনটোও তাত তুলি ধৰা হ’ব পাৰে।

লগতে পঢ়ক: মাৰাত্মক পৰিস্থিতিৰ কবলত ৰাজকুমাৰ হেৰী আৰু মেঘান! দুঘন্টা ধৰি খেদি ফুৰিলে পাপাৰাজ্জিয়ে

বিজেপিৰ সূত্ৰই লগতে প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মে’ত এক বৃহৎ সমাৱেশেৰে প্ৰচাৰ অভিযান আৰম্ভ কৰিব। পিছদিনা ৩১ মে’ত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰীৰ দ্বিতীয়খন ৰাজহুৱা সভা। সমগ্ৰ দেশতে বিজেপিৰ জ্যেষ্ঠ নেতাৰ ৫১খন সভা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। মোডী চৰকাৰৰ ৯ বছৰীয়া কাৰ্যকাল বিজেপিয়ে বৃহৎ পৰিসৰত তুলি ধৰিব বিচাৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd