বিমানত মদৰ নিচাত সহযাত্ৰীৰ গাতে প্ৰস্ৰাৱ কৰি দিলে এজন যাত্ৰীয়ে; অভিযুক্ত এক ভাৰতীয়
মদৰ নিচাত মাতাল আছিল। নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বিমানত থকা সহযাত্ৰী এজনৰ গাতে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ভাৰতীয়...
Read moreDetailsমদৰ নিচাত মাতাল আছিল। নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বিমানত থকা সহযাত্ৰী এজনৰ গাতে প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ভাৰতীয়...
Read moreDetailsচিকিৎসাকৰ্মীৰ গাফিলতিৰ বাবেই প্ৰাণ গ’ল এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ। এম আৰ আই পৰীক্ষাৰ সময়ত ছটফটাই ছটফটাই মৃত্যুক সাৱটি ল’লে হৃদৰোগী...
Read moreDetailsপুনৰ বিতৰ্কত যোগ গুৰু ৰামদেৱ। এইবাৰ তেওঁৰ 'চৰবত জেহাদ' মন্তব্যৰ সৌজন্যত। বাবা ৰামদেৱৰ দাবী যে ভাৰতৰ এটা নিৰ্দিষ্ট চৰবত নিৰ্মাণ...
Read moreDetailsমাহেকীয়া হোৱাৰ বাবে শ্ৰেণীকোঠাৰ বাহিৰত বিজ্ঞানৰ পৰীক্ষা দিবলৈ বাধ্য হ’ল এগৰাকী ছাত্ৰী। জানিব পৰা মতে, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে তামিলনাডুৰ কইম্বাটুৰৰ চেংগুটাই...
Read moreDetailsভবা হৈছিল নামি অহা বৰষুণ জাকে তীব্ৰ গৰমৰ পৰা কিছু সকাহ দিব। কিন্তু হিতে বিপৰীত হ’ল বিহাৰত। বজ্ৰপাত আৰু শিলাবৃষ্টিৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd