Latest Post

দৰঙৰ ধূলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজনৰ মৃত্যু, কেইবাজনো আহত

সোমবাৰে পুৱা দৰঙৰ ধূলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু ঘটিছে আৰু আন কেইবাজনো...

Read moreDetails

পৰকীয়াৰ সন্দেহত পত্নীক গুলী; ৩ সন্তানক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ বিজেপি কৰ্মী

উত্তৰ প্ৰদেশৰ চাহাৰানপুৰত পত্নীক গুলীওৱাৰ লগতে তিনি সন্তানক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন বিজেপি কৰ্মীক। স্থানীয় আৰক্ষী অধীক্ষক...

Read moreDetails

কেৰালাৰ সৰু লীগত খেলিছিল; মুম্বাই হাৰিলেও দৃষ্টি কাঢ়িলে অটো চালকৰ পুত্ৰ ২৪ বছৰীয়া ভিগনেশে

বহুতে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি ভাৰতীয় ক্ৰিকেটত নিজৰ পৰিচয় গঢ়ি তুলিছে। যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, সূৰ্য্যকুমাৰ যাদৱ,...

Read moreDetails

কম নহয়, ৯ গৰাকী পত্নী! উত্তৰ প্ৰদেশৰ এই ব্যক্তিৰ কৃতিত্বৰ কথা শুনিলে স্তম্ভিত হ’ব আপুনি!

উত্তৰ প্ৰদেশত এক চাঞ্চল্যকৰ প্ৰতাৰণা গোচৰত ৰাজন গেহলট নামৰ এজন লোকে কমেও ৯ গৰাকী মহিলাক বিয়া কৰাৰ অভিযোগ উত্থাপন হৈছে।...

Read moreDetails

অনবদ্য ৰাচিন-ঋতুৰাজ যুটী; আই পি এলৰ ‘দুই চেম্পিয়নৰ’ যুঁজত চেন্নাইৰ হাতত পৰাস্ত মুম্বাই

আই পি এলৰ সফল দল দুটাৰ মাজত যুঁজ। এক কথাত ক’বলৈ গ’লে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ আকৰ্ষণীয় যুঁজৰ খেলখন। কিন্তু...

Read moreDetails
Page 2391 of 15254 1 … 2,390 2,391 2,392 … 15,254

Recommended

Most Popular