এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
যোৱা ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সম্পূৰ্ণ প্ৰশ্নকাকত মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছে। কেইবাটাও Whatsapp গোটত ADRE...
Read moreDetails











