Latest Post

দিল্লী বিমানবন্দৰত লুটি খাই পৰিল বৃদ্ধ, চিপিআৰ দি বচালে যুৱতী চিকিৎসকে! চাওক ভিডিঅ’

বিমানবন্দৰত হঠাতে বৃদ্ধ মানুহজন লুটি খাই পৰা দেখি উপস্থিত এগৰাকী যুৱতী চিকিৎসকে ভীষণ তৎপৰতা প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে।...

Read moreDetails

তামিলনাডুত উদ্ধাৰ অসমৰ তিনি যুৱকৰ মৃতদেহ, এজন সন্ধানহীন

তামিলনাডুত অসমৰ তিনিজন যুৱকক বুধবাৰে মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। তামিলনাডুত অসমৰ চৰাইদেউ জিলাৰ লাকুৱা অঞ্চলৰ চাৰিজন...

Read moreDetails

বিজেপিৰ আসন ৮৬ লৈ হ্ৰাস, ৰাজ্যসভাত সংখ্যালঘু হৈ পৰিল শাসকীয় মিত্ৰজোঁট এন ডি এ

ৰাজ্যসভাত বিজেপিৰ আসন হ্ৰাস পাইছে। ফলত শাসকীয় মিত্ৰজোঁট এন ডি এয়ে সংসদৰ উচ্চ সদনত সংখ্যাগৰিষ্ঠতা হেৰুৱালে। এনে পৰিস্থিতিত বিজেপিক গুৰুত্বপূৰ্ণ...

Read moreDetails

মহাৰাষ্ট্ৰৰ গাডচিৰ’লিত আৰক্ষী বাহিনীৰ সৈতে সংঘৰ্ষত নিহত ১২ জন মাওবাদী

মহাৰাষ্ট্ৰত গুলীৰ সংঘৰ্ষত নিহত হৈছে ১২জন মাওবাদী। আনহাতে, এই সংঘৰ্ষত এজন জোৱান আৰু এজন আৰক্ষী কৰ্মী আহত হয়। খবৰ অনুসৰি...

Read moreDetails

পুনৰ বিদেশী নাগৰিকৰ আগত লজ্জানত দেশ : পুত্ৰসম যুৱকৰ কামৰ বলি হ’ল ৫১ বছৰীয়া কাজাখাস্তানৰ মহিলা

আকৌ ভাৰতলৈ আহি কামনাৰ বলি হ’ল বিদেশী নাগৰিক। গুৰগাওঁৰ এখন চিকিৎসালয়ত এগৰাকী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে ধৰ্ষণ কৰিলে এগৰাকি মহিলাক। ইতিমধ্যে আৰক্ষীয়ে...

Read moreDetails
Page 3227 of 15218 1 … 3,226 3,227 3,228 … 15,218

Recommended

Most Popular