পৰমাণু বোমাৰ ধাৰণাৰ জন্ম পোৱা আইনষ্টাইনৰ চিঠিখন; আকাশলংঘী দামত বিক্ৰী হ’ব নিলামত
আঠ দশকৰো অধিক পূৰ্বে লিখা এখন চিঠি। বিক্ৰী হ’ব ৪০ লাখ মাৰ্কিন ডলাৰত! স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পাৰে, সেই চিঠিখনৰ...
Read moreDetailsআঠ দশকৰো অধিক পূৰ্বে লিখা এখন চিঠি। বিক্ৰী হ’ব ৪০ লাখ মাৰ্কিন ডলাৰত! স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব পাৰে, সেই চিঠিখনৰ...
Read moreDetailsস্বীকৃতপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ফাৰ্মাচিষ্ট ডিগ্ৰী লোৱা ফাৰ্মাচিষ্টসকলক শীঘ্ৰে পঞ্জীয়নৰ ব্যৱস্থা কৰাৰ দাবীত অনিৰ্দিষ্ট কালৰ বাবে আৰম্ভ কৰা আন্দোলনৰ যুক্তিসংগত দাবীসমূহ...
Read moreDetailsযোৰহাট আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ জেৰাৰ নামত চলোৱা অমানুষিক নিৰ্যাতনৰ বাবে ৰহস্যজনক মৃত্যুক আকোৱালি লৈছিল দীপাংকৰ গগৈ নামৰ তিতাবৰৰ এজন...
Read moreDetailsকালি (২৭ জুন, ২০২৪) নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ১৬ বিধৰো অধিক ব্যঞ্জনেৰে আপ্যায়িত কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছত...
Read moreDetailsসমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত অসমত নিৰ্মিত হিন্দী চলচ্চিত্ৰ কুকিয়ে আজি (২৮ জুন,২০২৪) ৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰে। ছবিখনে ধৰ্ষণৰ বলি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd