দুৰ্যোগত বিপৰ্যস্ত ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছে ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক
প্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্য ছিকিমৰ পৰা ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। অসমৰ পৰা যোৱা আৰু ছিকিমত অধ্যয়ন...
Read moreDetailsপ্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্য ছিকিমৰ পৰা ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। অসমৰ পৰা যোৱা আৰু ছিকিমত অধ্যয়ন...
Read moreDetailsআৰ্জেণ্টিনাৰ প্ৰাক্তন বিউটি কুইন তথা জনপ্ৰিয় অভিনেত্ৰী জেকলিন কেৰিৰীৰ বাবে কাইলৈ প্লাষ্টিক চাৰ্জাৰী। যোৱা ২ অক্টোবৰত কেলিফৰ্ণিয়াত ৪৮ বছৰ বয়সত...
Read moreDetailsকৰ্ণাটকৰ আট্টিবেলৰ আতচবাজী গুডামত এক বৃহৎ বিস্ফোৰণ ঘটিছে। শনিবাৰে বিয়লি-সন্ধিয়া বাংগালুৰুৰ গ্ৰাম্য অঞ্চলত সংঘটিত হয় এই ঘটনা। এই আতচবাজী গুডামটো...
Read moreDetailsগুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ, প্ৰতিষ্ঠিত ব্যৱসায়ী কল্যাণ দাস সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। যোৱা ৬ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৬...
Read moreDetailsইজৰাইলৰ নিয়ন্ত্ৰিত ভূখণ্ডত হামাছৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫০ জনলৈ বৃদ্ধি পাইছে। কমেও ১৫০০ লোক আহত হৈছে। ইজৰাইল কৰ্তৃপক্ষই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd