ভাল নে বেয়া খবৰ! চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত ভাৰত
চীন নহয়, ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি সংস্থা বা UNFPA ৰ প্ৰতিবেদনত এই কথা দাবী কৰা...
Read moreDetailsচীন নহয়, ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি সংস্থা বা UNFPA ৰ প্ৰতিবেদনত এই কথা দাবী কৰা...
Read moreDetailsচৰকাৰী চাকৰিত স্থানীয় লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণ বিচাৰি বুধবাৰে পুৱা ঝাৰখণ্ডৰ বিভিন্ন ছাত্ৰ সংগঠনৰ সদস্যই ৰাজ্যজুৰি বন্ধ বলবৎ কৰিবলৈ...
Read moreDetailsৰঙা ৰঙৰ সম্বলপুৰী শাৰীত বিশ্বৰ প্ৰসিদ্ধ এথলিট সকলৰ মাজত জিলিকি উঠিল এগৰাকী ভাৰতীয় নাৰী। শাৰী পিন্ধি মাৰাথান দৌৰ সম্পূৰ্ণ কৰিলে...
Read moreDetailsটিকটকত ট্ৰেণ্ডিঙত থকা প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰি প্ৰাণ গ’ল এটি ১৩ বছৰীয়া কিশোৰৰ। কিশোৰটিৰ নাম জেকব ষ্টিভেন্স। আমেৰিকাৰ অহাইঅ’ত সংঘটিত হৈছে...
Read moreDetailsসম্পৰ্ক সদায় একে গতিত নাথাকে। কেতিয়াবা আপোনালোক দুয়োৰে সংসাৰৰ মাজলৈ কাল অমানিশা হৈ নামি আহিব পাৰে তৃতীয় এজন ব্যক্তি। তেতিয়াই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd