বজাৰলৈ আহিল Nothing Phone 1: চাওক কেইখনমান বিশেষ ফটো
অৱশেষত দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত ভাৰতত মুকলি কৰা হ’ল নথিং ফোন 1। গ্ৰাহকৰ বাবে ৩২,৯৯৯ টকাৰ প্ৰাৰম্ভিক মূল্যত ফোনটো বজাৰলৈ এৰি...
Read moreDetailsঅৱশেষত দীৰ্ঘদিনীয়া চৰ্চাৰ অন্তত ভাৰতত মুকলি কৰা হ’ল নথিং ফোন 1। গ্ৰাহকৰ বাবে ৩২,৯৯৯ টকাৰ প্ৰাৰম্ভিক মূল্যত ফোনটো বজাৰলৈ এৰি...
Read moreDetailsকেতিয়াবা অজ্ঞাতে আমি আমাৰ ঘৰ সযতনে ৰাখিবলৈ পাহৰি যাওঁ, যাৰ ফলত আপোনাৰ পোহনীয়া জন্তুৰ স্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে। উদাহৰণ...
Read moreDetailsশীঘ্ৰে সলনি হ'ব গুৱাহাটী মহানগৰৰ ৮ টাকৈ স্থানৰ নাম। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়াই এই কথা সদৰি কৰিছে। মৃগেন...
Read moreDetailsমঙ্গলবাৰে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত বৃহৎ বিজয় সাব্যস্ত কৰে ভাৰতে। ভাৰতৰ বলিং আক্ৰমণৰ সন্মুখত তচনচ হৈ পৰা ইংলেণ্ড...
Read moreDetailsওদালগুৰি জিলাৰ ডিমাকুছিৰ জনবসতী অঞ্চলত বিগত কেইটামান বছৰৰ পৰা বন্যহস্তীয়ে সৃষ্টি কৰি আহিছে এক আতংকময় পৰিৱেশৰ। মূলত: খাদ্যৰ সন্ধানত ভাৰত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd